২০২১ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ৩০ শতাংশ চিলেবাচ হ্ৰাস কৰাৰ সিদ্ধান্ত ছেবাৰ !

২০২১ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ৩০ শতাংশ চিলেবাচ হ্ৰাস কৰাৰ সিদ্ধান্ত ছেবাৰ !

August 31, 2020 0 By NEWS DESK

আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ছেবাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

২০২১ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে হ্ৰাস পাব ছিলেবাছ।

২০২১ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ৩০ শতাংশ ছিলেবাছ হ্ৰাসৰ সিদ্ধান্ত ছেবাৰ।

কৰ’ণাকেন্দ্ৰীক পৰিস্থিতিৰ বাবে পাঠ্যক্ৰম সঠিকভাবে আগবঢ়াই নিব নোৱাৰাৰ বাবে ছেবাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

একেদৰে নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবেও ৩০ শতাংশ চিলেবাছ হ্ৰাসৰ সিদ্ধান্ত ছেৱাৰ।

এই কথা সদৰি কৰিছে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে।

উল্লেখ্য যে, মঙলবাৰৰ পৰা প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰুৱে পি ডি এফ ফাইলৰ জৰিয়তে লাভ কৰিব ৰিভাইছ ছিলেবাছ।