৩০ ফুট দ’ খাৱৈত বাগৰি পৰিল যাত্ৰীভৰ্তি বাছ! চালকসহ ৫জন নিহত, আহত ৩৫জন…

৩০ ফুট দ’ খাৱৈত বাগৰি পৰিল যাত্ৰীভৰ্তি বাছ! চালকসহ ৫জন নিহত, আহত ৩৫জন…

October 21, 2020 0 By NEWS DESK

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

৩০ ফুট দ’ খাৱৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ।

যাৰ ফলত চালকসহ ৫জন লোক নিহত হোৱাৰ লগতে ৩৫ জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয়।

মহাৰাষ্ট্ৰৰ নন্দুৰবাগস্থিত খামছুন্দৰ গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

উল্লেখ্য যে, দুৰ্ঘটনাগ্ৰস্ত বাছখনে যাত্ৰীসকলক লৈ মলকাপুৰৰ পৰা চুৰটলৈ গৈ আছিল। সেই সময়তে ৰাস্তাতে খাৱৈত বাগৰি পৰে।