৭৪ সংখ্যক স্বাধীনতা দিৱসত দিনাই ১২ ঘণ্টীয়া অনশনত ৩ প্ৰতিবন্ধী যুৱক !

৭৪ সংখ্যক স্বাধীনতা দিৱসত দিনাই ১২ ঘণ্টীয়া অনশনত ৩ প্ৰতিবন্ধী যুৱক !

August 15, 2020 0 By NEWS DESK

দেশজুৰি উদযাপন কৰা হৈছে ৭৪ সংখ্যক স্বাধীনতা দিৱস ।

৭৪ সংখ্যক স্বাধীনতা দিৱসত দিনাই ১২ ঘণ্টীয়া অনশনত ৩ প্ৰতিবন্ধী যুৱক ।

‘আমি প্ৰতিবন্ধী আমাক জীয়াই ৰাখক’ বুলি হাতত প্লেকাৰ্ড লৈ অনশনত বহিল ৩ গৰাকী যুৱকে ।

চৰকাৰী সংস্থাপন বিচাৰি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত তিনি প্ৰতিবন্ধী যুৱকে পালন কৰিছে এইদৰে প্ৰতিবাদী কাৰ্যসূচী ।

যুৱক তিনিগৰাকী হ’ল- বিদ্যুৎ ফুকন, বিদ্যুৎ গগৈ আৰু নিত্যানন্দ কাকতি ।

 পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এই অনশন কাৰ্যসূচী।