৮মাহৰ অন্তত পুনৰ আৰম্ভ হ’ব ভাৰত-বাংলাদেশৰ মাজত বিমান সেৱা!

৮মাহৰ অন্তত পুনৰ আৰম্ভ হ’ব ভাৰত-বাংলাদেশৰ মাজত বিমান সেৱা!

October 18, 2020 0 By NEWS DESK

দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

ইতিমধ্যে কৰ’ণাৰ ভয়াৱহতাৰ বাবে দেশজুৰি স্তব্ধ হৈ পৰিছিল জনজীৱন।

কিন্তু শেহতীয়াভাৱে কৰ’ণা কেন্দ্ৰীক পৰিস্থিতিৰ কিছু শাম কটাৰ প্ৰতি লক্ষ্য ৰাখি কিছু স্বাভাৱিক হৈছে জনজীৱন।

শেহতীয়াকৈ বাংলাদেশে ভাৰতলৈ বিমান যাত্ৰা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।

অহা ২৮ অক্টোবৰৰ পৰা ভাৰতলৈ চলিব বাংলাদেশৰ পৰা বিমান।

বিদেশ মন্ত্ৰাণালয়ে শেহতীয়াকৈ সদৰি কৰি তথ্যঅনুসৰি, তিনিটা এয়াৰলাইন্সে সপ্তাহত ২৮বাৰ যাত্ৰা কৰিব দুয়োখন দেশৰ মাজত।