ৰাজ্যত ক’ভিড-১৯ৰ সংক্ৰমণত পুনৰ প্ৰাণ গ’ল ৮ জনৰ, ৭৯,৬৬৭ লৈ বৃদ্ধি মুঠ আক্ৰান্তৰ সংখ্যা

ৰাজ্যত ক’ভিড-১৯ৰ সংক্ৰমণত পুনৰ প্ৰাণ গ’ল ৮ জনৰ, ৭৯,৬৬৭ লৈ বৃদ্ধি মুঠ আক্ৰান্তৰ সংখ্যা

August 17, 2020 0 By NEWS DESK

অসমৰ বিভিন্ন জিলাত ক’ভিড-১৯ত সংক্ৰমিত ব্যক্তিৰ সংখ্যা বৃদ্ধি পােৱাৰ লগতে প্ৰতিদিনে বৃদ্ধি পাইছে এই ৰােগত প্ৰাণ হেৰুওৱা লােকৰ সংখ্যাও।

সােমবাৰে স্বাস্থ্য বিভাগে ৰাজ্যজুৰি সম্পন্ন কৰা ৪৯,৫১੦ টা পৰীক্ষাত ২,৭৯২ জনক ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত কৰা হয়।

টুইটাৰত এই কথা প্ৰকাশ কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই।

ইপিনে, সােমবাৰে ৰাজ্যৰ বিভিন্ন জিলাৰ ৮ জনকৈ ক’ভিড-১৯ ত আক্ৰান্ত লােকৰ মৃত্যু ঘটে।

টুইটাৰৰ জৰিয়তে মৃত ব্যক্তিসকলৰ নাম প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই।

সােমবাৰৰ পৰিসংখ্যা যােগ কৰিলে এই পৰ্যন্ত ৰাজ্যত ক’ৰণাই প্ৰাণ লােৱা ব্যক্তিৰ মুঠ সংখ্যা ১৯৭ জনলৈ বৃদ্ধি পাইছে।