ৰাজ্যত নতুনকৈ মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন !

ৰাজ্যত নতুনকৈ মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন !

September 3, 2020 0 By NEWS DESK

ৰাজ্যত গঠন হ’ল ৩খন নতুনকৈ স্বায়ত্বশাসিত পৰিষদ।

নতুনকৈ মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন।

বৃহস্পতিবাৰে বিধানসভাত গৃহীত হয় পৰিষদ সম্পৰ্কীয় বিধেয়ক।

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত বাদ দিয়া হ’ব ৰাভা হাছং আৰু বিটিএডি এলেকা।

যাক লৈ ৰাজ্যত বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাহ।