ৰাজ্যত পুনৰ ১৯ জনৰ প্ৰাণ ল’লে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে

ৰাজ্যত পুনৰ ১৯ জনৰ প্ৰাণ ল’লে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে

September 16, 2020 0 By NEWS DESK

মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰাজ্যজুৰি অব্যাহত আছে।

ক্রমাৎ ভয়াৱহ ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ সংক্রমণত আজি পুনৰ ১৯গৰাকী লোকে মৃত্যুক সাবটি লয়।

ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই তথ্য সদৰী কৰিছে।

UB Photos

এই পৰ্যন্ত ৰাজ্যত ক’ভিড-১৯ৰ সংক্ৰমণৰ ফলত মৃত্যু ঘটা লােকৰ সংখ্যা ৫ শতাধিক অতিক্ৰম কৰি মুঠ ৫১১ লৈ বৃদ্ধি পালে।