ৰাজ্যসভাৰ সাংসদ তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদ কৰ’ণাত আক্ৰান্ত!

ৰাজ্যসভাৰ সাংসদ তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদ কৰ’ণাত আক্ৰান্ত!

October 16, 2020 0 By NEWS DESK

জেষ্ঠ কংগ্ৰেছী নেতা তথা ৰাজ্যসভাৰ বিৰোধী দলপতি গোলাম নবী আজাদৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি।

শেহতীয়াকৈ টুইটাৰযোগে এই কথা সদৰি কৰিছে আজাদে।

বৰ্তমান হোম কোৱাৰেন্টাইনতে আছে বৰ্ষীয়ান নেতাগৰাকী।

Image

লগতে বিগত কিছুদিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে কোভিড-১৯ প্ৰট’কল মানি চলাৰ বাবে আহ্বান জনায়। 

৭১ বছৰীয়া সাংসদ গৰাকী হৈছে ক’ৰ’না আক্ৰান্ত হোৱা কংগ্ৰেছৰ চতুৰ্থ গৰাকী জেষ্ঠ নেতা।