ৰাজ্যৰ বিদ্যালয়সমূহ খোলা সন্দৰ্ভত মন্ত্ৰী ভৱেশ কলিতাৰ গুৰুত্বপূৰ্ণ মন্তব্য !

ৰাজ্যৰ বিদ্যালয়সমূহ খোলা সন্দৰ্ভত মন্ত্ৰী ভৱেশ কলিতাৰ গুৰুত্বপূৰ্ণ মন্তব্য !

August 28, 2020 0 By NEWS DESK

ৰাজ্যৰ বিদ্যালয়সমূহ খোলা সন্দৰ্ভত মন্ত্ৰী ভৱেশ কলিতাৰ গুৰুত্বপূৰ্ণ মন্তব্য।

১৫ ছেপ্তেম্বৰৰ পিছত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ সম্ভাৱনা।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা টেট উত্তীৰ্ণ শিক্ষক সকলৰ নিযুক্তি পত্ৰ প্ৰদান সভাত বিদ্যালয় খোলাৰ সন্দৰ্ভত এইদৰে মন্তব্য দিয়ে মন্ত্ৰী ভৱেশ কলিতাই।

লগতে ১ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ স্কুল-কলেজ-বিশ্ববিদ্যালয় আদি সমূহ ছেনিটাইজ কৰা হ’ব বুলিও মন্তব্য কৰে কলিতাই।

লগতে কলিতাই কয়- সামাজিক দূৰত্ব বজাই ৰাখি পাঠদানৰ ব্যৱস্থা কৰাৰ লগতে মাস্ক বাধ্যতামূলক কৰাৰ লগতে ছেনিটাইজেছনৰো ব্যৱস্থা থাকিব লাগিব সকলো শিক্ষানুষ্ঠানতে।