ৰাজ্যৰ মহিলা আত্মসহায়ক গোটক ৫০ হেজাৰ টকাকৈ আগবঢ়াব ৰাজ্য চৰকাৰে !

ৰাজ্যৰ মহিলা আত্মসহায়ক গোটক ৫০ হেজাৰ টকাকৈ আগবঢ়াব ৰাজ্য চৰকাৰে !

October 8, 2020 0 By NEWS DESK

ৰাজ্যৰ মহিলা সকললৈ সুখবৰ!

ৰাজ্যৰ মহিলা আত্মসহায়ক গোট সকলক ৫০ হেজাৰ টকাকৈ আগবঢ়াব ৰাজ্য চৰকাৰে।

মহিলা সৱলীকৰন আচনিৰ অধীনত প্ৰদান কৰা হ’ব এই সাহায্য।

আত্মসহায়ক গোটসকলক কনকলতা মহিলা সাৱলীকৰন যোজনাৰ অধীনত ৫০ হেজাৰ টকাকৈ ৰাজসাহায্য প্ৰদান কৰিব।

ৰাজ্য চৰকাৰে কেবিনেটত লোৱা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

পূৰ্বে এই ধনৰ পৰিমান ২৫ হেজাৰ আছিল যদিও ইয়াক বৃদ্ধি কৰা হয়।

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা জানিবলৈ দিয়ে।