Site icon NEWS8 NE

ৰেগিং! অসম চিকিৎসা মহাবিদ্যালয়ৰ ২ ছাত্ৰক নিমম্বন কৰ্তৃপক্ষৰ

নিউজ ডেস্ক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই ৰাজ্যজুৰি জােকৰণিৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত পােহৰলৈ আহিছে আন এক জঘন্য ৰেগিং কাণ্ডৰ ঘটনা।

এই ৰেগিং কাণ্ডৰ অভিযােগ লাভ কৰাৰ পিছতে বিভাগীয় তদন্ত সম্পন্ন কৰি ইতিমধ্যে অভিযুক্ত দুজন ছাত্ৰক নিলম্বিত কৰিছে কৰ্তৃপক্ষই।

জানিব পৰা মতে, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যয়নৰত হুছেইন উপাধিৰ এজন ছাত্ৰক ৰেগিং কৰাৰ অভিযােগত নিলম্বন কৰা হৈছে ডাঃ চয়ন মুখাৰ্জী আৰু ডাঃ চাকেত শ্বৰাফ নামৰ দুজন স্নাতকােত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰত দুজন ছাত্ৰক।

এক বিভাগীয় নিৰ্দেশনাৰ জৰিয়তে ৬ মাহৰ বাবে দােষী ছাত্ৰ দুজনক নিলম্বন কৰা হৈছে।

Exit mobile version