AGP-BJP-BPFৰ বহু নেতাই কংগ্ৰেছৰ লগত মনে মনে কথা পাতি আছেঃ গৌৰৱ গগৈ !

AGP-BJP-BPFৰ বহু নেতাই কংগ্ৰেছৰ লগত মনে মনে কথা পাতি আছেঃ গৌৰৱ গগৈ !

September 4, 2020 0 By NEWS DESK

BJP-BPF-AGPৰ লগতে বহু দলৰ নেতাই কংগ্ৰেছলৈ আহিব।

কংগ্ৰেছ দলত যোগদান কৰাৰ বাবে বহু দলৰ নেতাই মনে মনে কথা পাতি আছে।

এই মন্তব্য কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ।

সাংসদগৰাকীয়ে লগতে কয়- বহুকেইটা দলৰ নেতা নিজ দলৰ কামত সন্তুষ্ট নহয়। যাৰ বাবে সেইসকল নেতাই যোগ দিব কংগ্ৰেছত।

সাংসদগৰাকীয়ে কয়, ‘বিজেপি মানুহৰ মাজত ক্ষোভ আছে। অগপৰ মানুহৰ মাজত ক্ষোভ আছে। বিপিএফৰ মাজতো ক্ষোভ আছে। গণশক্তিৰ মাজতো ক্ষোভ আছে। সকলোৱে আমাৰ কংগ্ৰেছ দলৰ লগত মনে মনে কথা পাতি আছে।’