গান্ধী, নেহৰু, আইনষ্টাইনৰ চেল্ফি! AIৰ দৃষ্টিৰে চাওক প্ৰসিদ্ধ ব্যক্তিৰ কেইখনমান বিৰল ছবি…

নিউজ ডেস্কঃ বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত অগ্ৰগতিয়ে আজি সম্ভৱ কৰি তুলিছে বহু অসম্ভৱকো। কৃত্তিম বুদ্ধিমত্তাই আজি সহজ কৰি তুলিছে বিশ্ববাসীৰ জীৱন। এই যুগত কিতাপ বা ইণ্টাৰনেটত সন্ধান কৰি তথ্য যুগুতাই লেখা এটা লিখাৰ প্ৰয়োজন নাই। ‘চাট জিপিটি’ৰ দৰে আৰ্টিফিচিয়েল ইণ্টালিজেন্সৰ সহায়ত মাত্ৰ কেই চেকেণ্ডমানৰ ভিতৰতে এতিয়া আপুনি লিখিব পাৰে যিকোনো বিষয়ৰ এটা তথ্য সমৃদ্ধ লেখা। সেইদৰে … Read more

আঐ ঠাণ্ডা! প্ৰচণ্ড জাৰত গা ধোৱাৰ অভিনৱ কিটিপ, সামাজিক মাধ্যমৰ ভাইৰেল ভিডিঅ’ই আমোদ দিছে নেট ব্যৱহাৰকাৰীক…

নিউজ ডেস্কঃ এতিয়া পুহ মাহ! ঠাণ্ডা যিমানেই নামিছে, সিমানেই যেন লেপৰ উম আৰু জুইকুৰালৈ আকৰ্ষণ বাঢ়িছে সকলোৰে। শীতৰ এনে সেমেকা দিনবোৰত গা ধোৱাটো বহুতৰ বাবে এখন যুদ্ধৰ সমান। বিশেষকৈ বহু পুৰুষৰ বাবে এই শীতৰ দিনত গা ধোৱা মানে যেন নৰকৰ দুৱাৰৰ পৰা উভতি অহাৰ দৰেহে লগা কথা। এইহেন সময়তে পুনৰ এবাৰ ভাইৰেল হৈ পৰিছে এটা … Read more

আজৱ কাণ্ড! বিয়াৰ ৰভাতলীতে তয়াময়া ৰণ দৰা-কইনাৰ, ভাইৰেল ভিডিঅ’ই কঁপাইছে নেট দুনীয়া…

নিউজ ডেস্কঃ ভাৰতীয় পৰম্পৰাত বিয়া বুলি ক’লে এক মধুৰ মুহূৰ্তৰ কথাই মনলৈ আহে, য’ত দুটি মনে এক হোৱাৰ পণ লয়। লাজ-শংকাত দুৰু দুৰুকৈ কঁপি থকা দুটি মনে বিয়াৰ ৰভাতলীতে সংগোপনে ৰচে যুগ্ম জীৱনৰ অলেখ সপোন। কিন্তু বিয়াৰ ৰভাতলীতে যদি দৰা-কইনাৰ মাজত আৰম্ভ হয় তয়াময়া ৰণ… অবিশ্বাস্য যেন লগা এনে ঘটনাৰে এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈ … Read more

পুনৰ ৰাষ্ট্ৰীয় মঞ্চত উজ্বলিল অসম সন্তান! জনপ্ৰিয় ডান্সিং ৰিয়েলিটী শ্ব’ ‘ঝলক দিখলা জা’ৰ বিজয়ী মুকুট গুৱাহাটীৰ গুঞ্জনৰ শিৰত…

নিউজ ডেস্কঃ পুনৰ ৰাষ্ট্ৰীয় মঞ্চত উজ্বলিল আন এগৰাকী অসম সন্তান। এইবাৰ টিভিৰ অন্যতম জনপ্ৰিয় ডান্সিং ৰিয়েলিটী শ্ব’ ‘ঝলক দিখলা জা’ৰ ছিজন ১০ৰ বিজয়ীৰ খিতাপ লাভ কৰিলে গুৱাহাটীৰ গুঞ্জন সিনহাই। ৮ বছৰীয়া গুঞ্জনে তেওঁৰ সংগী তেজছ বাৰ্মাৰ সৈতে এই ৰিয়েলিটী শ্ব’ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম মহয়। বিজয়ীৰ পুৰস্কাৰ হিচাপে গুঞ্জনে লাভ কৰে ট্ৰফী আৰু ২০ … Read more

আজৱ প্ৰেম! ছাগলীৰ মাংসৰ জোল খাই ৫৫ বছৰীয়া ঘৰুৱা ৰান্ধনীৰ প্ৰেমত পাগল হ’ল ২২ বৰ্ষীয় যুৱতী, ভাইৰেল প্ৰেম কাহিনী…

নিউজ ডেস্কঃ কোৱা হয় যে মানুহৰ হৃদয়লৈ যোৱা পথটো তেওঁৰ পেটৰ মাজেৰেই পাৰ হৈ যায়। পাকিস্তানৰ এহাল দম্পতীয়ে এই প্ৰবাদটো সত্য কৰি তুলিছে। দুয়োৰে প্ৰেম কাহিনী ছচিয়েল মিডিয়াত তীব্ৰ ভাইৰেল হৈ পৰিছে। দুয়োৰে মাজত ৩৩ বছৰৰ ব্যৱধান আছে। আলিয়াৰ বয়স ২২ বছৰ আৰু ৰফিকৰ বয়স ৫৫ বছৰ। দুয়ো ইজনে আনজনৰ প্ৰেমত পৰাৰ পিছত বিবাহ পাশত … Read more

কৰ্কট ৰোগৰ বিৰুদ্ধে পত্নীৰ যুঁজৰ বিষয়ে সামাজিক মাধ্যমত আৱেগিক পোষ্ট স্বামীৰ, অনুপ্ৰাণিত হাজাৰজন…

নিউজ ডেস্কঃ কৰ্কট ৰোগে সমগ্ৰ বিশ্বতে ধৰিছে আগ্ৰাসী ৰূপ। নিতৌ হাজাৰ হাজাৰ নতুন নতুন এনে ৰোগী সন্মুখলৈ আহি পৰে। কেৱল চিকিৎসাই নহয়, কৰ্কটৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰয়োজন হয় যথেষ্ট সাহস আৰু পৰিয়ালৰ সদস্য, বন্ধুবৰ্গ তথা সকলোৰে সমৰ্থনৰ। শেহতীয়াকৈ পাকিস্তানৰ এজন লিংকডইন ব্যৱহাৰকাৰীয়ে তেওঁৰ পত্নীৰ কৰ্কট ৰোগৰ সৈতে যুঁজ আৰু তাৰ মাজতো কেনেদৰে নিজৰ চাকৰিৰ লগতে … Read more

মা কামাখ্যাৰ আশীষ বিচাৰি গুৱাহাটীলৈ আহিল জেকুলিন…

নিউজ ডেস্কঃ শক্তিপীঠ মা কামাখ্যা ধামত আশীষ ল’বলৈ বুধবাৰে অসমত উপস্থিত হয় বলিউডৰ মোহময়ী অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজ। নিজৰ জন্মদিন উপলক্ষ্যে মা কামাখ্যা ধামত উপস্থিত হৈ দেৱীৰ শ্ৰীচৰণত পূজা অৰ্চনা আগবঢ়ায় অভিনেত্ৰীগৰাকীয়ে। ইফালে প্ৰথমবাৰলৈ গুৱাহাটীত উপস্থিত হোৱা অভিনেত্ৰীগৰাকীক চাবলৈ মা কামাখ্যা ধামত বৃহস্পতিবাৰে ভিৰ কৰে তেওঁৰ অগণন অনুৰাগীয়ে। উল্লেখ্য যে, বুধবাৰে গুৱাহাটীত উপস্থিত হোৱা জেকুলিনে নিশাটো … Read more

মাজ আকাশত অঘটন! পাইলটক ‘টিকটবিহীন’ মেকুৰীৰ আক্ৰমণৰ বাবেই জৰুৰী অৱতৰণ বিমানৰ

নিউজ ডেস্ক। বিভিন্ন জৰুৰী অৱস্থাৰ বাবে বিমানে গন্তব্য স্থানৰ সলনি আন ঠাইৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হয়। কাৰিকৰী বিজুতি, বতৰ নাইবা যাত্ৰীৰ স্বাস্থ্যজনিত জৰুৰ অৱস্থাৰ বাবে বিমানৰ জৰুৰী অৱতৰণ কােনাে নতুন কথা নহয় যদিও এইবাৰ পাইলটক এটা মুকৰিৰ আক্ৰমণৰ বাবেই এখন বিমানে জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হােৱা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে। এই ‘টিকটবিহীন’ যাত্ৰীয়ে আক্ৰমণ … Read more