Category: INTERNATIONAL

October 19, 2020 0

১৩ বছৰৰ অন্তত ইৰাণৰ পৰা আঁতৰিল অস্ত্ৰৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা!

By NEWS DESK

বিশ্বৰ পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ সমূহৰ ভিতৰত অন্যতম ইৰাণ। ইৰাণৰ বিৰুদ্ধে ১৩ বছৰ পূৰ্বে আৰোপ কৰা হৈছিল অস্ত্ৰ সৰবৰাহৰ নিষেধাজ্ঞা। কিন্তু…

October 18, 2020 0

ভয়ংকৰ বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱালে অতি কমেও ১৬জন লোকে!আহত শতাধিক…

By NEWS DESK

পুনৰ ভয়ংকৰ বিস্ফোৰণত কঁপিল আফগানিস্থান। ভয়ংকৰ বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুৱালে অতি কমেও ১৬জন লোকে। আনহাতে গুৰুতৰভাৱে আহত হৈছে শতাধিক লোক।…

October 18, 2020 0

৮মাহৰ অন্তত পুনৰ আৰম্ভ হ’ব ভাৰত-বাংলাদেশৰ মাজত বিমান সেৱা!

By NEWS DESK

দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ। ইতিমধ্যে কৰ’ণাৰ ভয়াৱহতাৰ বাবে দেশজুৰি স্তব্ধ হৈ পৰিছিল জনজীৱন। কিন্তু শেহতীয়াভাৱে কৰ’ণা কেন্দ্ৰীক…

October 18, 2020 0

গোলকীয় বায়ু প্রদূষণ সন্দর্ভত চীন, ভাৰত, ৰাছিয়াক দোষাৰোপ ড’নাল্ড ট্রাম্পৰ!

By NEWS DESK

গোলকীয় বায়ু প্রদূষণৰ বাবে চীন-ৰাছিয়াৰ লগতে ভাৰতকো দোষাৰোপ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে কয়- আমাৰ শাসনকালত আমেৰিকাই…

October 17, 2020 0

চুবুৰীয়া দেশ ম্যানমাৰৰ নৌ সেনা বাহিনীক ভাৰতে অৰ্পণ কৰিব প্ৰথমখন চাবমেৰিণ!

By NEWS DESK

চুবুৰীয়া দেশ ম্যানমাৰৰ নৌ সেনা বাহিনীক ভাৰতে অৰ্পণ কৰিব প্ৰথমখন চাবমেৰিণ। ভাৰতে ম্যানমাৰ নৌ সেনা বাহিনীক আই এন এছ সিন্ধুবীৰ…

October 14, 2020 0

পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁও, অথচ সন্তান প্ৰসৱ কৰে মহিলাই ! কেনেকৈ?

By NEWS DESK

এখন আচৰতি গাঁও। য’ত সম্পূৰ্ণৰূপে নিষিদ্ধ পুৰুষ। কিন্তু আশ্চৰ্যজনকভাৱে পুৰুষ অবিহনে সন্তান প্ৰসৱ কৰে গাঁৱখনৰ মহিলাই। আপোনাৰ অকল্পনীয় কথা যেন…

October 14, 2020 0

পর্তুগালৰ জনপ্ৰিয় ফুটবল তাৰকা ক্রিষ্টিয়ানো ৰ’নাল্ডো দেহত ধৰা পৰিছে কৰ’ণা !

By NEWS DESK

সমগ্ৰ বিশ্বজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ। পর্তুগালৰ জনপ্ৰিয় ফুটবল তাৰকা ক্রিষ্টিয়ানো ৰ’নাল্ডো দেহত ধৰা পৰিছে কৰ’ণা অৱস্থিতি। মঙলবাৰে…

October 14, 2020 0

কঠোৰ চৰকাৰ, এতিয়াৰে পৰা ধৰ্ষণ কৰিলে দিয়া হ’ব মৃত্যুদণ্ড !

By NEWS DESK

ধৰ্ষণ কাণ্ডক লৈ কঠোৰ হৈছে চৰকাৰ। এতিয়াৰে পৰা ধৰ্ষণ কৰিলে দিয়া হ’ব মৃত্যুদণ্ড। বাংলাদেশ চৰকাৰে শেহতীয়াকৈ আইন সংশোধন কৰি ধৰ্ষণ…

October 13, 2020 0

চেনিটেৰী নেপকিন মাস্ক হিচাপে ব্যৱহাৰ কৰিলে এগৰাকী মহিলাই! কিন্তু কিয়?

By NEWS DESK

বিশ্বজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ। কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যবিভাগৰ ফালৰ পৰা মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে। বিশেষকৈ…

October 9, 2020 0

কোনে লাভ কৰিলে ২০২০ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা ?

By NEWS DESK

২০২০ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা ঘোষণা। ‘ৱৰ্ল্ড ফুড প্ৰগ্ৰেম’লৈ আগবঢ়োৱা হৈছে ২০২০ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা। ক্ষুধাৰ সতে মোকাবিলা কৰিবলৈ,…