দুই বাংলাদেশী নাগৰিকক আটক BSF ৰ, গতাই দিলে বাংলাদেশৰ সীমান্তৰক্ষীক

নিউজ ডেস্ক। এক মানৱীয়তা তথা সদিচ্ছাৰ নিদৰ্শন দাঙি ধৰিলে ভাৰতীয় সীমা সুৰক্ষা বল অৰ্থাৎ বি এছ এফে। মেঘালয়ৰ পূব জয়ন্তীয়া পাৰ্বত্য জিলাৰ ভাৰত বাংলাদেশ সীমান্তত আটক কৰা দুই বাংলাদেশী নাগৰিকক স-সন্মানে গতাই দিলে বাংলাদেশ সীমান্তৰক্ষীক। লাইজুৰি সীমান্ত চকীত এখন সভা অনুষ্ঠিত কৰি গতাই দিয়া হয় বাংলাদেশী নাগৰিক দুজনক। অবৈধভাৱে ভাৰতৰ সীমান্তত প্ৰৱেশ কৰা দুয়োজনকে স্বাস্থ্য … Read more

পুনৰ চৰ্চাত ‘লাডেন’! এই বিশেষ কাৰণত চৰ্চালৈ আহিছে ওচামা বিন লাডেনৰ পুত্ৰ…

নিউজ ডেস্ক। এইবাৰ শিৰোনাম দখল কৰিছে একালৰ বিশ্বত্ৰাস হিচাপে পৰিচিত সন্ত্ৰাসবাদী ওচামা বিন লাডেনৰ পুত্ৰই। অৱশ্যে কোনো হীন কৰ্মৰ বাবে তেওঁ দখল কৰা নাই শিৰোনাম। তাৰ পৰিৱৰ্তে পুত্ৰ ওমৰ বিন লাডেনে এক ভাল কামৰ বাবে নিজৰ সুকীয়া পৰিচয়েৰে দখল কৰিছে শিৰোনাম। শেহতীয়াকৈ তেওঁৰ এটা সংবাদ গোষ্ঠীৰ সৈতে হোৱা সাক্ষাৎকাৰ ভাইৰেল হৈ পৰিছে। কভিড মহামাৰীৰ সময়ত … Read more

দৰাৰ বয়স ৮੦, কইনাৰ ৭৫! অৱশেষত সম্পূৰ্ণ হ’ল কৈশোৰৰ প্ৰেম কাহিনী

নিউজ ডেস্ক। প্ৰেমে নামানে বয়সৰ সীমা…। পুনৰবাৰ যেন প্ৰমাণিত হ’ল এই উক্তি। বয়সৰ তথা সমাজৰ সকলাে বাধ্যবাধকতা নেওচি বৃদ্ধাৱস্থাত পূৰ্ণতা পালে কৈশােৰৰ প্ৰেম কাহিনীয়ে। দৰাৰ বয়স ৮੦ বছৰ, কইনাৰ বয়স ৭৫। দুয়ােৰ মাজত সম্পন্ন হ’ল বিয়া। অৱশেষত পূৰ্ণ হ’ল প্ৰেমিক যুগলৰ কৈশােৰ অৱস্থাৰ প্ৰেম কাহিনী। এই বিশেষ বিয়া সম্পন্ন হ’ল পাকিস্তানত। কৈশোৰতে প্ৰেম কৰিছিল পাকিস্তানৰ … Read more

আশ্চৰ্যকৰ! ৰাছিয়াত দৃশ্যমান নীলা ৰঙৰ বাটৰ কুকুৰ, ফটাে ভাইৰেল

নিউজ ডেস্ক। এক আচৰ্য্যজনক কথা। সাধাৰণভাৱে দেখা কুকুৰৰ ৰঙতকৈ এক পৃথক ৰঙৰ কুকুৰৰ দৃশ্যমান হ’ল। হয়, উজ্জ্বল নীলা ৰঙৰ কুকুৰ এতিয়া দেখিবলৈ পোৱা গৈছে ৰাছিয়াত। পথৰ কুকুৰে সলাবলৈ লৈছে নিজৰ বৰণ। অৱশ্যে কােনাে প্ৰাকৃতিক কাৰণত নহয়, প্ৰদূষণৰ বাবে কুকুৰৰ বৰণ এনে হোৱা বুলিও অনুমান কৰা হৈছে। ৰাসায়নিক আৱৰ্জনাৰ ফলত সৃষ্টি হোৱা গেছে কুকুৰৰ এই ৰং … Read more

ভয়ংকৰ! একে ঠাইতে সংঘটিত হ’ল শতাধিক যান-বাহনৰ সংঘৰ্ষ, নিহত ৬

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় আমেৰিকাৰ টেক্সাসৰ ফর্থ ৱৰ্থৰ ৰাষ্ট্ৰীয় ঘাইপথত। এই ঘটনাত ৬ জন থিতাতে নিহত হোৱাৰ বিপৰীতে আহত হয় ৬৫ জন। এই দুৰ্ঘটনাৰ বাবে প্ৰায় ১৩৩ খন বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে শ শ বাহন ৰাজপথত আৱদ্ধ হৈ পৰে। ঘটনা অনুসৰি, অত্যধিক শীতৰ বাবে আন্তঃৰাজ্যিক পথটোত পাতলীয়াকৈ বৰফ … Read more

সুৰা সেৱন নকৰাকৈ মাতাল হৈ পৰে এগৰাকী মহিলা! কাৰণ জানি আপুনিও হ’ব আচৰিত

নিউজ ডেস্ক। এক আচৰিত ঘটনা। সুৰা সেৱন নকৰাকৈ কোনোবা মাতাল হ’ব পাৰে জানো? কিন্তু বিশেষ শাৰীৰিক প্ৰক্ৰিয়াৰ বাবে তেনেকৈয়ো কােনাে লােক হ’ব পাৰে মাতাল। যদিহে আপোনাৰ দেহত আপোনা-আপুনি সুৰা প্ৰস্তুত হোৱা ৰােগৰ লক্ষণে (Auto Brewery) দেখা দিয়ে, তেন্তে তেনে ই সম্ভৱপৰ! এনে এক ৰোগৰ বাবেই শিৰোনাম দখল কৰিছে আমেৰিকাৰ এগৰাকী মহিলাই। যাৰ বাবে মহিলা গৰাকী … Read more

মই কোনো বিশেষ সম্প্ৰদায় বা জাতিৰ ৰাষ্ট্ৰপতি নহয়, বৰঞ্চ সমগ্র আমেৰিকাবাসীৰ ৰাষ্ট্ৰপতি, শপত লৈ ৰাষ্ট্ৰপতি জ’ বাইডেন

ইন্টাৰনেচনেল ডেস্ক। অৱশেষত বহু প্ৰতিবাদ, হিংসা, সংগ্ৰাম আৰু উত্তেজনাৰ অন্তত বুধবাৰে আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ললে যোছেফ আৰ বাইডেন জুনিয়ৰে। শপত বাক্য পাঠ কৰি ৰাষ্ট্ৰপতি জ’ বাইডেনে জিনিলে আমেৰিকাবাসীৰ হৃদয়। শপত লৈ দিয়া তেওঁৰ ভাষণে জিনিলে সকলোৰে অন্তৰ। তেওঁৰ ভাষণৰ সময়ত কেপিটেল বিল্ডিঙত বিৰাজ কৰিলে এক নিস্তব্ধ পৰিৱেশে। WATCH: During a swearing-in ceremony … Read more

ক’ভিড-১৯ৰ নিৰ্মূলকৰণত ভাৰতে নিৰ্ণায়ক ভূমিকা লৈছেঃ বিশ্ব স্বাস্থ্য সংস্থা

ইন্টাৰনেশ্যনেল ডেস্ক। ক’ভিড-১৯ সংক্ৰান্তীয় যুদ্ধ জয়ৰ ক্ষেত্ৰত বিশ্বৰ অন্যান্য দেশ সমূহৰ ভিতৰত ভাৰত বহু আগত আছে। নতুন বছৰৰ আৰম্ভণিতে ক’ভিড ভেকচিন কভিশিল্ড আৰু কভেক্সিনে ভাৰতক কৰণাৰ সৈতে মোকাবিলা কৰাত আৰু সহায় কৰিছে। মহামাৰীক ৰােধ কৰাৰ বাবে ভাৰতৰ এই বলিষ্ঠ পদক্ষেপত মুগ্ধ হৈছে বিশ্ব স্বাস্থ্য সংস্থা (WHO)। মঙ্গলবাৰে পুৱাই বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেদ্ৰছ আডানাম … Read more