মৰ্মান্তিক! বলে’ৰৰ ওপৰত বাগৰি পৰিল চিমেণ্টভৰ্তি ট্ৰাক, বিদ্যালয়ৰ ফাদাৰ, হেড মিষ্ট্ৰেছসহ মৃত্যু ৬ জনৰ…

নিউজ ডেস্কঃ নিৰ্বাচনী ব্যস্ততাৰ মাজতে মেঘালয়ত ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল বিদ্যালয়ৰ ফাদাৰসহ ৬ জনকৈ লোকৰ। মেঘালয়ৰ নংপুত দেওবাৰে এখন বলেৰ’ বাহনৰ ওপৰত চিমেণ্টভৰ্তি ট্ৰাক বাগৰি পৰাত থিতাতে মৃত্যুক সাৱটি লয় লোক কেইজনে। জানিব পৰা মতে, বৰমাস্থিত চেইণ্ট জ’নছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফাদাৰসহ ৬ জনকৈ লোকে গৈ থকা এএছ ২৬বি ৭৯০৮ নম্বৰৰ বলেৰ’ … Read more

শোকাবহ! পথ দুৰ্ঘটনাত পতিত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ টিচি মানিয়াৰ মৃত্যু

নিউজ ডেস্কঃ অসম-মেঘালয় সীমান্তৰ যোৰাবাটত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি ল’লে অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী বক্সাৰে। যোৱা ২৩ ডিচেম্বৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল প্ৰতিভাসম্পন্ন বক্সাৰ টিচি মানিয়া। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা বক্সাৰগৰাকীয়ে অৱশেষত হাস্পতালতে মৃত্যুমুখত পৰে। কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লৈ পদক … Read more

ভয়ংকৰ! নৱবৰ্ষৰ প্ৰাকক্ষণত শিক্ষামূলক ভ্ৰমণলৈ গৈ পথ দুৰ্ঘটনাত মৃত্যু কমেও ১৫ ছাত্ৰীৰ

নিউজ ডেস্কঃ চুবুৰীয়া ৰাজ্য মণিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। নৱবৰ্ষৰ প্ৰাকক্ষণত শিক্ষামূলক ভ্ৰমণলৈ গৈ পথ দুৰ্ঘটনাত মৃত্যু কমেও ১৫ গৰাকী ছাত্ৰীৰ। মণিপুৰৰ ননে’ জিলাত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনা। জানিব পৰা মতে, বুধবাৰে শিক্ষামূলক ভ্ৰমণৰ বাবে গৈছিল থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ এটা দল। দুখন বাছেৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলে খোপুম অভিমুখে গৈ থকা … Read more

হৰ্ণবিল ফেষ্টিভেলত গীটাৰত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ঝংকাৰ মহিলা গীটাৰিষ্ট ইমনাইনলাৰ, মুগ্ধ নেট দুনীয়া…

নিউজ ডেস্কঃ ১ ডিচেম্বৰৰ পৰা নাগালেণ্ডৰ কোহিমাত অনুষ্ঠিত হোৱা হৰ্ণবিল ফেষ্টিভেলৰ উদ্বোধনীৰ দিনটোতে চৰ্চাত ৰাজ্যখনৰ এগৰাকী মহিলা গীটাৰিষ্ট। মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত ইলেক্ট্ৰিক গীটাৰত আঙুলিৰ যাদু দেখুৱাই লাখ লাখ দৰ্শকক মুগ্ধ কৰিলে গীটাৰিষ্ট ইমনাইনলা জমিৰে। উত্তৰ পূবৰ ৰাজ্যখনৰ এই মহোৎসৱতে কেইবাগৰাকী অতিথি আৰু অলেখ দৰ্শকৰ উপস্থিতিত ইলেক্ট্ৰিক গীটাৰত ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ ঝংকাৰ তোলে গীটাৰিষ্ট … Read more

শোকাবহ! তীব্ৰবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ হাস্পতালত মৃত্যু ভাৰতীয় সেনা বিষয়া কৰ্ণেল ৰমেশ ৰাথোৰৰ…

নিউজ ডেস্কঃ মঙলবাৰে কাৰ্যালয়ৰ পৰা খোজকাঢ়ি ঘৰলৈ গৈ থকা সময়ত দ্ৰুতবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ৰমেশ ৰাথোৰৰ বুধবাৰে পুৱা চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। উল্লেখ্য যে, শ্বিলঙৰ ১২ আৰ্মড ৰেজিমেণ্টৰ কৰ্ণেল ৰমেশ ৰাথোৰে মঙলবাৰে সন্ধিয়া ৫ বজাত কাৰ্যালয়ৰ পৰা কৰ্তব্য সম্পাদন কৰি খোজ কাঢ়ি গৈ থকা সময়তে এখন তীব্ৰবেগী স্কৰপিঅ’ বাহনে … Read more

বিশ্ববিদ্যালয়ত অঘটন! সতীৰ্থৰ একে-৪৭ ৰাইফলৰ গুলীত প্ৰাণ গ’ল আৰক্ষী জােৱানৰ

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ দৈমুখত অৱস্থিত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত অঘটন। কৰ্তব্যৰত অৱস্থাতে সতীৰ্থৰ গুলীত প্ৰাণ গ’ল এজন আই আৰ বি এন জোৱানৰ। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটােত বিৰাজ কৰিছে চাঞ্চল্যই। ঘটনা সংক্ৰান্তত দৈমুখ আৰক্ষী থানাৰ বিষয়াই প্ৰকাশ কৰা অনুসৰি, নিশা প্ৰায় ১০.৪২ বজাত সামান্য কথাক লৈ আইআৰবিএনৰ ২ য় বেলেটেলিয়ান হেড কনিষ্টবল ৱাংগৰু টাইডং নামৰ … Read more

গুৱাহাটীৰ দীপশিখাৰ উপৰি শ্বিলঙৰ যুৱ পৰ্বতাৰােহীৰাে উত্তৰাখণ্ডত মৃত্যু, মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক। উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন হৈ থকা গুৱাহাটীৰ দীপশিখা হাজৰিকাৰ উপৰি মেঘালয়ৰ ৰাজধানী শ্বলিঙৰ যুৱ পৰ্বতাৰোহী টিকলু জ্যৰৱাৰৰ মৃতদেহ উদ্ধাৰ। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টুইটযোগে এই কথা জানিবলৈ দি লিখিছে, “অত্যন্ত দুখৰ কথা যে উত্তৰাখণ্ডত হিমস্খলনৰ ফলত নিৰুদ্দেশ হোৱা শ্বিলঙৰ পৰ্বতাৰোহীৰ এটা দলৰ সৈতে নিৰুদ্দেশ হোৱা টিকলু জ্যৰৱাৰ মৃতদেহ উদ্ধাৰ হৈছে।” Extremely sad to share … Read more

শােকাৱহ! টাৱাঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ পাইলট, চিকিৎসাধীন সহ-পাইলট

নিউজ ডেস্ক। প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত সংঘটিত হৈছে এক শােকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা। ভাৰত-চীন সীমান্তৱৰ্তী টাৱাং জিলাৰ দুৰ্গম এলেকাত দুৰ্ঘটনাত পতিত হ’ল ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ। নিয়মীয়া অনুশীলনৰ সময়তে টাৱাং জিলাৰ জিমিথাং ৰাজহ চক্ৰৰ এলেকাধীন নিয়ামজাং চু এলােকাত ভূপতিত হয় এই হেলিকপ্টাৰখন। এই দুৰ্ঘটনাত হেলিকপ্টাৰখনৰ পাইলট লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱ শ্বহীদ হয়। আনহাতে, … Read more

পেট্ৰ’ল পাম্প আৰু এলপিজি গেছ এজেন্সীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত কৰি আহিছিল কোটি টকাৰ প্ৰৱঞ্চনা, অৱশেষত গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰৱঞ্চক দীপজ্যোতি…

নিউজ ডেস্কঃ ভাৰতীয় তৈল নিগম লিমিটেড চমুকৈ আইঅ’চিএলত চাকৰি প্ৰদানৰ নামত অসম আৰু অৰুণাচল প্ৰদেশৰ নিবনুৱা যুৱক-যুৱতীক কোটি কোটি টকা প্ৰৱঞ্চনা কৰা এজন ভুৱা আইএ’চিএল কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে অৰুণাচল আৰক্ষীয়ে। অৰুণাচল প্ৰদেশ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে দীপজ্যোতি দাস (৩০) নামৰ প্ৰৱঞ্চকজনক। জানিব পৰা মতে, অভিযুক্ত দীপজ্যোতি দাসৰ ঘৰ কামৰূপ জিলাৰ … Read more

হাস্পতালত চিকিৎসাধীন মেৰী কম, কি হৈছে ৬ বাৰৰ বিশ্ব চেম্পিয়নগৰাকীৰ…

নিউজ ডেস্কঃ হাস্পতালত চিকিৎসাধীন হৈ আছে ৬ বাৰৰ বিশ্ব চেম্পিয়ন উত্তৰ-পূবৰ কন্যা মেৰীকম। মুম্বাইৰ এখন হাস্পতালত ইতিমধ্যে সম্পন্ন হৈ গৈছে মেৰীকমৰ আঁঠুৰ অস্ত্ৰোপচাৰ। উল্লেখ্য যে, চলিত বৰ্ষৰ কমনৱেলথ গেমছৰ বাচনিৰ সময়তে জুন মাহত আঁঠুত আঘাত পাইছিল বিশ্ব প্ৰসিদ্ধ বক্সাৰগৰাকীয়ে। যাৰ বাবে তেওঁ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ পৰাও আঁতৰি থাকিবলগীয়া হৈছিল। এই আঁঠুৰ আঘাতৰ পিছতে হাস্পতালত … Read more