কটনৰ উচ্চতৰ মাধ্যমিক কলা- বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ দিন ঘোষণা !

কটনৰ উচ্চতৰ মাধ্যমিক কলা- বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ দিন ঘোষণা !

August 7, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- কটন বিশ্ব বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক কলা আৰু বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষত নাম ভৰ্তিৰ দিন ঘোষণা ।

১০ আৰু ১১ আগষ্টত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কলা আৰু বিজ্ঞান শাখাত নাম ভৰ্তি কৰা হ’ব ।

অনলাইন যোগে হ’বলগীয়া এই নাম ভৰ্তি পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ চলিব ।

Cotton University students seek Assam governor help to retain HS ...

বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা জাননীত প্ৰকাশ এই তথ্য প্ৰকাশ পাইছে ।

একেদৰে আন পৰ্যায়ৰ নাম ভৰ্তিৰ দিনো পৰ্যায়ক্ৰমে ঘোষণা কৰা হ’ব বুলি বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে ।

Assam's Cotton College Now Known as Cotton University | CollegeDekho

সবিশেষ জানিবলৈ কটন বিশ্ব বিদ্যালয়ৰ ৱেবছাইট www.cottonuniversity.ac.in. যোগাযোগ কৰিব পাৰিব ।