Covaxin ৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ হ’ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত

Covaxin ৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ হ’ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত

August 19, 2020 0 By NEWS DESK

দেশত প্ৰস্তুত হৈ থকা ক’ভিড ভেকচিন কাে-ভেক্সিনে (Covaxin) মানৱ দেহত (Clinical Testing) পৰীক্ষণৰ প্ৰথম পৰ্যায়ত সফলতা লাভ কৰিছে।

এইবাৰ ভাৰত বায়’টেক তথা ICMRৰ বিজ্ঞানীসকল আগবাঢ়িছে এই সম্ভাব্য প্ৰতিষেধকৰ মানৱ দেহত দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে।

দ্বিতীয় পৰীক্ষণৰ বাবে বাছি লোৱা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়কাে।

এই কথা মঙ্গলবাৰে সদৰি কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে অসমত বৰ্তমানলৈকে মুঠ ৮২,২੦১ জন লোক আক্ৰান্ত হৈছে ক’ৰণা ভাইৰাছত।

ইয়াৰে ৫৮,২৮৪ জন সুস্থ হোৱাৰ বিপৰীতে মৃত্যু হৈছে ২੦৩ জনৰ।