DREAM-11 সৈতে নতুন স্পনছৰশ্বিপ চুক্তিৰ পাছতে BCCI-এ প্ৰকাশ কৰিলে IPLৰ নতুন ল’গ’ !

DREAM-11 সৈতে নতুন স্পনছৰশ্বিপ চুক্তিৰ পাছতে BCCI-এ প্ৰকাশ কৰিলে IPLৰ নতুন ল’গ’ !

August 21, 2020 0 By NEWS DESK

DREAM-11 সৈতে নতুন স্পনছৰশ্বিপ চুক্তিৰ পাছতে BCCIয়-এ প্ৰকাশ কৰিলে IPLৰ নতুন ল’গ’।

IPLৰ ইনষ্টাগ্ৰাম একাউন্টত বোৰ্ডৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে স্পনছৰৰ নাম সহিতে নতুন ল’গ’ প্ৰকাশ কৰিছে।

#Dream11IPL-হেছটেগৰ ইনষ্টাগ্ৰাম প’ষ্টৰ জৰিয়তে BCCI-এ নতুন ল’গ’টো দেখিবলৈ কেনেকুৱা হৈছে সেয়া অনুৰাগীৰ পৰা জানিব বিচাৰিছে।

মঙলবাৰে BCCI-এ IPLৰ নতুন টাইটেল স্পনছৰাৰ হিচাপে DREAM-11ক নিৰ্বাচিত কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বোৰ্ডে ভিভ’ৰ সৈতে চুক্তি সমাপ্ত কৰে।

DREAM-11-এ আগন্তুক ছিজনৰ বাবে বোৰ্ডক ২২২কোটি টকা দিব।