মহানগৰীত নিষিদ্ধ হেৰোইন, নগদ ধনসহ আৰক্ষীৰ জালত এগৰাকী মহিলা !

মহানগৰীত নিষিদ্ধ হেৰোইন, নগদ ধনসহ আৰক্ষীৰ জালত এগৰাকী মহিলা !

August 7, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা ।

পুনৰ গুৱাহাটীত আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ হেৰোইনসহ এগৰাকী মহিলা ।

দিনৰ প্ৰায় ১ বজাত অসম আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলাগৰাকীৰ নাম মীনা কুমাৰী ।

নেতাজী এপাৰ্টমেন্টৰ সমীপৰ একে আজাদ ৰোডত বাস কৰে মহিলাগৰাকী ।

অভিযান কালত আৰক্ষীয়ে মুঠ ১১ পেকেট হেৰোইন জব্দ কৰিবলৈ সক্ষম হৈছে ।

আনহাতে আৰক্ষীয়ে ৫০ হেজাৰ নগদ ধনো জব্দ কৰিবলৈ সক্ষম হৈছে ।