ক’ভিড হাস্পতালত অগ্নিকাণ্ডঃ ৩গৰাকী মহিলা সহ ৮জন ক’ভিড ৰোগীৰ মৃত্যু…

ক’ভিড হাস্পতালত অগ্নিকাণ্ডঃ ৩গৰাকী মহিলা সহ ৮জন ক’ভিড ৰোগীৰ মৃত্যু…

August 6, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- কৰ’ণা ৰোগী ৰখা ক’ভিড হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।

অগ্নিকাণ্ডৰ ফলত নিহত হয় ৮ জনকৈ কৰ’ণা আক্ৰান্ত ৰোগীয়ে প্ৰাণ হেৰুৱাব লগা হৈছে ।

মৃত ৰোগী কেইজনৰ ভিতৰত ৩ গৰাকী মহিলা আৰু ৫ গৰাকী পুৰুষ ।

আনহাতে আন ৪০ গৰাকী ৰোগী এই অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় ।

গুজৰাটৰ আহমেদাবাদৰ নবৰংগপুৰা স্থিত এখন ক’ভিড হাস্পতালত সংঘটিত হয় এই অগ্নিকাণ্ড ।

মাজনিশা ৩ বজাত হাস্পতালখনৰ চতুৰ্থ মহলাত ICU ৱাৰ্ডত এই অগ্নিকাণ্ড সংঘটিত হয় ।

Image

ICU বিভাগত শ্বৰ্ট চাৰ্কিট হৈ এই জুই চাৰিওফালে বিয়পি পৰে বুলি জানিব পৰা গৈছে ।