জম্মু-কাশ্মীৰৰ প্ৰাক্তন উপ-ৰাজ্যপাল জি চি মূৰ্মুক ‘কেগ’ৰ দায়িত্ব !

জম্মু-কাশ্মীৰৰ প্ৰাক্তন উপ-ৰাজ্যপাল জি চি মূৰ্মুক ‘কেগ’ৰ দায়িত্ব !

August 7, 2020 0 By NEWS DESK

ৰি্প’ৰ্টঃ নিউজ ডেক্স- জম্মু-কাশ্মীৰৰ প্ৰাক্তন উপ-ৰাজ্যপাল জি চি মূৰ্মুক ‘কেগ’ৰ দায়িত্ব অৰ্পন ।

১৯৭৮ বেটছৰ ৰাজস্থান কেডাৰৰ আই এ এছ বিষয়া ৰাজীৱ মহৰ্ষিয়ে ৭ আগষ্টত অৱসৰ গ্ৰহণ কৰাৰ পাছতে গিৰীশ চন্দ্ৰ মূৰ্মুৰ হাতত দিয়া হয় কেগৰ দায়িত্ব ।

Image

কিছুদিন পূৰ্বে মূৰ্মুৱে কাশ্মীৰৰ উপ-ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰিছিল ।

নতুন কেগ হিচাবে দায়িত্ব লাভ কৰা গিৰীশ চন্দ্ৰ মূৰ্মু ১৯৮৫ চনৰ গুজৰাট কেডাৰৰ আই এ এছ বিষয়া।

Image

গুজৰাটৰ মুখ্য সচিবৰ দায়িত্বতো অধিস্থিত হৈছিল জি চি মূৰ্মু ।