বৰঝাৰ বিমান বন্দৰত শুল্ক বিভাগৰ অভিযানত জব্দ ২০ লক্ষাধিক টকাৰ বিদেশী চিগাৰেট !

বৰঝাৰ বিমান বন্দৰত শুল্ক বিভাগৰ অভিযানত জব্দ ২০ লক্ষাধিক টকাৰ বিদেশী চিগাৰেট !

August 11, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- বৰঝাৰ বিমান বন্দৰত শুল্ক বিভাগৰ অভিযান ।

জব্দ ২০ লক্ষাধিক মূল্যৰ বিদেশী চিগাৰেট ।

জব্দ কৰে ৯৫০টা পেকেটৰ বান্দিল ।

ইম্ফলৰ পৰা দিল্লীলৈ নিবলৈ লওঁতেই জব্দ চিগাৰেটসমূহ ।

এয়াৰ এছিয়া বিমানেৰে দিল্লীলৈ নিবলৈ ওলাইছিল চিগাৰেটসমূহ ।

বৰঝাৰ বিমান বন্দৰত ২০ লক্ষাধিক টকাৰ বিদেশী চিগাৰেট জব্দ... - Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese Ne

বিমান বন্দৰৰ শুল্ক বিভাগৰ তালাচীত জব্দ এই বৃহৎ পৰিমাণৰ অবৈধ চিগাৰেট ।

ঘটনা সন্দৰ্ভত শুল্ক বিভাগৰ অধিক অনুসন্ধান অব্যাহত ।