JEE-NEET ২০২০ৰ পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান !

JEE-NEET ২০২০ৰ পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান !

August 18, 2020 0 By NEWS DESK

JEE-NEET ২০২০ৰ পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান।

উচ্চতম ন্যায়ালয়ে ১১গৰাকী ছাত্ৰ-ছাত্ৰীৰ কোভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই দুয়োটা পৰীক্ষা স্থগিত ৰখাৰ বাবে যি আৱেদন দাখিল কৰা হৈছিল সেই আৱেদন খাৰিজ কৰে।

ন্যায়ালয়ে কয়- পৰীক্ষা পূৰ্ব নিৰ্ধাৰিত সময়তে আয়োজন কৰা হ’ব।

ন্যায়াধীশ অৰুণ মিশ্ৰাই কয় যে, শিক্ষা ক্ষেত্ৰৰে জড়িত সকলোবোৰ অনুষ্ঠান-প্ৰতিষ্ঠান এতিয়া খুলি দিব লাগে। কাৰণ কৰ’ণা পৰিস্থিতি আৰু আগন্তুক এবছৰলৈ দেশত অব্যাহত থাকিব পাৰে।’

উল্লেখ্য যে, অহা ১ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈ JEE Main 2020 আৰু ১৩ ছেপ্টেম্বৰত NEET 2020 পৰীক্ষা অনুষ্ঠিত হ’ব।