ভয়ংকৰ বিমান দুৰ্ঘটনাঃ এইপৰ্যন্ত ৩জন যাত্ৰী নিহত হোৱাৰ লগতে ৩৫ জন আহত হোৱাৰ তথ্য…

ভয়ংকৰ বিমান দুৰ্ঘটনাঃ এইপৰ্যন্ত ৩জন যাত্ৰী নিহত হোৱাৰ লগতে ৩৫ জন আহত হোৱাৰ তথ্য…

August 7, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- কেৰালাত অতি ভয়ংকৰ বিমান দুৰ্ঘটনা ।

১৯১ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এয়াৰ ইণণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত ।

এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৩৭ বিমান দু্ৰ্ঘটনাগ্ৰস্ত ।

এই ভয়ংকৰ দুৰ্ঘটনাত এই পৰ্যন্ত পাইলটসহ ৩ জন যাত্ৰী নিহত হোৱা বুলি জানিব পৰা গৈছে ।

Image

আনহাতে অতি গুৰুতৰভাৱে আহত হৈছে ৩৫ জনকৈ লোক ।

কেৰালাৰ কালিকাট ক্ৰেচ লেণ্ডিং ।

Image

ডুবাইৰ পৰা কেৰালাৰ কালিকাট বিমান বন্দৰলৈ আহি আছিল এয়াৰ ইণ্ডিয়াৰ বিমান খন ।

Image

ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।