SI কেলেংকাৰীৰ অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ!

SI কেলেংকাৰীৰ অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ!

October 16, 2020 0 By NEWS DESK

SI কেলেংকাৰীৰ অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ।

বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে তেওঁক হাজিৰ কৰোৱা হৈছিল আদালতত।

অসম আৰক্ষীৰ এছ আই কেলেংকাৰী প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল বিষয়াগৰাকীক।

চি আই ডিয়ে জিম্মাত লৈছে আৰক্ষী অধীক্ষকগৰাকীক।

৭ দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে।

ইপিনে, অভিযুক্ত ৰুবুল হাজৰিকা আৰু সৰুজ শৰ্মাক ৫ দিনৰ CID ৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে।

অভিযোগ অনুসৰি ৪০ লাখ টকাৰ বিনিময়ত ৰুবুলক প্ৰশ্নকাকতৰ ফটো মাৰি লোৱাৰ অনুমতি দিছিল সঞ্জীতে।

সেই ফটো দিবন ডেকালৈ WHATSAPP যোগে ৰুবুল হাজৰিকাই প্ৰেৰণ কৰিছিল বুলিও খবৰ প্ৰকাশ পাইছে।