BCCIৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ! IPL-২০২০ৰ পৰা আউট হ’ল চীনা কোম্পানী VIVO…

BCCIৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ! IPL-২০২০ৰ পৰা আউট হ’ল চীনা কোম্পানী VIVO…

August 6, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- ভাৰত-চীনৰ মাজত চলি থকা সংঘাতৰ মাজতে BCCIৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

IPL-২০২০ৰ মুখ্য প্ৰযোজক হিচাপে নাথাকে চীনা কোম্পানী ভিভ’ ।

শেহতীয়াকৈ ভাৰত-চীনৰ মাজত চলি থকা সংঘাতৰ পৰিণতিতে আলোচনাৰ মাজেৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বি চি চি আইয়ে ।

Image

এবছৰৰ বাবে ভিভ’ৰ সৈতে চুক্তি বাতিল কৰিছে BCCI-এ ।

ভিভ’ৰ সৈতে প্ৰতিবছৰে ৪৪০ কোটিৰ চুক্তি কৰিছিল BCCI-এ ।

২০২২ চনলৈকে আছিল এই চুক্তিৰ ম্যাদ ।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খবৰ ।