অবৈধ অৰুণাচলী সুৰাৰ চােৰাং বেহাত জড়িত আৰক্ষী কনিষ্টবল! গ্ৰেপ্তাৰ

অবৈধ অৰুণাচলী সুৰাৰ চােৰাং বেহাত জড়িত আৰক্ষী কনিষ্টবল! গ্ৰেপ্তাৰ

January 10, 2023 Off By NEWS DESK

নিউজ ডেস্ক। এইবাৰ সুৰাৰ চােৰাং বেহাত জড়িত হৈ ৰঙাঘৰৰ আলহী হ’ল স্বয়ং আৰক্ষী।

অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰি গ্ৰেপ্তাৰ হ’ল কনিষ্টবল অনন্ত বৰা।

জানিব পৰা মতে, জামুগুৰি আৰক্ষীয়ে গােলাঘাটৰ পৰা গ্ৰেপ্তাৰ কৰে কনিষ্টবল অনন্ত বৰাক।

অভিযােগ অনুসৰি, দীৰ্ঘদিন ধৰি সুৰা মাফিয়াৰে মিতিৰালি কৰি অবৈধ অৰুণাচলী সুৰাৰ চােৰাং বেহাৰ সৈতে জড়িত হৈ আছিল কনিষ্টবল অনন্ত বৰা।

সম্প্ৰতি জােৱানজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে জামুগুৰি আৰক্ষীয়ে।