Category: ASSAM

May 25, 2022 0

মৰ্মান্তিক! বিবাহ বাৰ্ষিকীৰ দিনাই শ্ৰেণীকােঠাত ঢলি পৰি শিক্ষকৰ কৰুণ মৃত্যু

By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। নিজৰ বিবাহ বাৰ্ষিকীৰ দিনটােতে পত্নী-পৰিয়ালক এৰি চিৰদিনৰ বাবে গুচি গ’ল এগৰাকী শিক্ষক। ৰাজ্যৰ প্রাথমিক আৰু…

May 24, 2022 0

মৰ্মান্তিক! দ পুখুৰীত পৰি ছাত্ৰীৰ কৰুণ মৃত্যু, কথমপি প্ৰাণৰক্ষা দুই বান্ধৱীৰ

By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। দ পুখুৰীত পৰিল সলিল সমাধি ঘটিল এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ। কথমপি প্ৰাণৰক্ষা ছাত্ৰীগৰাকীৰ দুই বান্ধৱীৰ।…

May 24, 2022 0

সপোন চূৰমাৰ! আৰক্ষীৰ চাকৰিৰ আশাৰে অনুশীলনৰ বাবে গৈ ট্ৰাকৰ খুন্দাত মৃত্যু ৩ কিশোৰৰ…

By NEWS DESK

মঙলবাৰে পুৱাই সংঘটিত হয় এক শোকৱাহ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে ৭ গৰাকী প্ৰাতঃভ্ৰমণকাৰীক। যাৰ ফলত ৩ কিশোৰীসহ…

May 20, 2022 0

উৎকােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা, মধ্যভােগী কৰ্মচাৰী

By NEWS DESK

নিউজ ডেস্ক। দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান অব্যাহত থকাৰ পিছতাে অসৎ পন্থাৰে ধন উপাৰ্জনৰ হাবিয়াস…

May 13, 2022 0

শােকাৱহ! বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত নাও দুৰ্ঘটনাত প্ৰাণ গ’ল কণমানি নিছাতৰ

By NEWS DESK

নিউজ ডেস্ক। মৰিগাঁও জিলাৰ মায়াং থানাৰ অন্তৰ্গত কাউৰহাগী আৰু কলবাৰী গাঁৱৰ মাজৰ পকৰীয়া নৈত বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত এক শোকাৱহ নাও…

May 12, 2022 0

বিশ্বৰ সৰ্বােচ্চ শৃংগ আৰােহণ সপ্তমগৰাকী অসমীয়াৰ

By NEWS DESK

নিউজ ডেস্ক। বিশ্বৰ সৰ্বােচ্চ শৃংগ এভাৰেষ্ট আৰােহণ কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে এগৰাকী অসমীয়া যুৱকে। কামৰূপ জিলাৰ হাজোৰ হেদায়েৎ আলীয়ে আৰােহণ…

May 11, 2022 0

মৰ্মান্তিক! একমাত্ৰ পুত্ৰৰ বিয়াৰ দিনাই পিতৃৰ আকস্মিক বিয়োগ

By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনাই জােকাৰি গ’ল নগাঁও জিলাৰ বটদ্ৰৱা। একমাত্ৰ পুত্ৰৰ বিয়াৰ দিনাই আকস্মিকভাৱে মৃত্যু ঘটিল পিতৃৰ। জানিব পৰা…

May 11, 2022 0

সঞ্জীৱ, ধনজিতেই নহয়, আলফা স্বাধীনে মৃত্যুদণ্ড বিহিছিল প্ৰাক্তন ছাত্ৰনেতা বিজু গগৈকো

By NEWS DESK

নিউজ ডেস্কঃ এতিয়া সমগ্ৰ ৰাজ্যজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে আলফা স্বাধীন। নিষিদ্ধ ঘোষিত সংগঠনটোৰ শেহতীয়া কাৰ্যকলাপ আৰু অসমীয়া যুৱক-যুৱতীৰ মাজত…

May 10, 2022 0

হৃদয়বিদাৰক! প্ৰতিবেশীৰ ঘৰত খেলি থকাৰ অৱস্থাত লোৰ গে’ট পৰি ৫ বছৰীয়া শিশুৰ কৰুণ মৃত্যু

By NEWS DESK

নিউজ ডেস্ক। এক হৃদয়বিদাৰক ঘটনা। সমনীয়াৰ সৈতে প্ৰতিবেশীৰ ঘৰত খেলি থকাৰ অৱস্থাত লােৰ গে’ট পৰি মৃত্যু ঘটিল ৫ বছৰীয়া শিশুৰ।…

May 7, 2022 0

ছুটী লৈ ঘৰলৈ যোৱাৰ আগনিশা পাৰ কৰিব বিচাৰিছিল সতীৰ্থৰ সৈতে, কিন্তু চাদৰ পৰা বাগৰি মৃত্যু BSF জোৱানৰ

By NEWS DESK

নিউজ ডেস্কঃ শুকুৰবাৰৰ পৰা তেওঁৰ ছুটী আছিল। কিছুদিনৰ বাবে নিজৰ কৰ্তব্যৰ পৰা আঁতৰি আপোন ঘৰখনলৈ যোৱাৰ পৰিকল্পনা কৰিছিল তেওঁ। ঘৰলৈ…