চিকিৎসকে এপইণ্টমেন্ট ল’বলৈ কােৱাৰ বাবে ধৈৰ্য্যচ্যুতি ঘটিল মুখ্যমন্ত্ৰীৰ জীয়ৰীৰ, ইয়াৰ পিছতে সংঘটিত কৰা এই কাণ্ড বন্দী হ’ল CCTV কেমেৰাত…

নিউজ ডেস্কঃ এগৰাকী চিকিৎসকৰ চেম্বাৰলৈ চিকিৎসা কৰিবলৈ গৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ জীয়াৰী। কিন্তু অন্য সাধাৰণ ৰোগীৰ দৰেই মুখ্যমন্ত্ৰীৰ কন্যাকো কোৱা হ’ল এপইন্টমেণ্ট ল’বলৈ। তাতেই খৰ্গহস্ত হৈ চিকিৎসকৰ ওপৰতে জঁপিয়াই পৰিল মুখ্যমন্ত্ৰীৰ জীয়ৰী। এই চাঞ্চল্যকৰ কাণ্ড আন ক’ৰো নহয়, বৰং চুবুৰীয়া ৰাজ্য মিজোৰাম। এগৰাকী চিকিৎসকক শাৰীৰিকভাৱে অপদস্থ কৰা মুখ্যমন্ত্ৰী জোৰামথাংগাৰ কন্যা মিলাৰী ছাংটেইৰ দুৰ্ব্যৱহাৰৰ সমগ্ৰ দৃশ্য বন্দী … Read more

পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে এজন ব্যক্তিৰ ধৰ্মযুদ্ধ!

স্বচ্ছতা

নিউজ ডেস্ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে আৰম্ভ কৰিছিল স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী। কিন্তু তাৰ পূৰ্বেই এজন ব্যক্তি আছিল, যিয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা কি বুজি পাইছিল। তেওঁ বুজি পাইছিল যে এইটো এক স্বৰ্গীয় কাম। সেই কাৰ্যৰ দ্বাৰা তেওঁ মানুহক জনালে যে তেওঁৰ চাৰিওফাল পৰিষ্কাৰ কৰি ৰখাটো তেওঁৰ এক নৈতিক কৰ্তব্য। আৰু সেই বিশেষ … Read more

মিজোৰামৰ যুৱ বিধায়ক এণ্ড্ৰিউ এইচ থাংলিয়ানাৰ মৃত্যু

নিউজ ডেস্ক। মিজোৰামৰ বিধায়ক এণ্ড্ৰিউ এইচ থাংলিয়ানাৰ মৃত্যু। মঙলবাৰে আইজলৰ এখন চিকিৎসালয়ত মৃত্যু হয় জোৰাম নেচনেলিষ্ট মভমেণ্ট দলৰ বিধায়ক গৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৩ বছৰ। এবেনেজাৰ চিকিৎসা কেন্দ্ৰৰ পৰিচালনা সঞ্চালক ডাঃ ভানলালচিয়ামাই জনোৱা অনুসৰি টুইৰিয়াল সমষ্টিৰ বিধায়কজনৰ যকৃত বিকল হোৱা আৰু হৃদ ৰোগত আক্ৰান্ত হোৱাকে ধৰি কেইবাটাও জটিলতাৰ ফলত মৃত্যু হয়। বিধায়কজনক ৫ … Read more

নিজৰ টেকেলিৰ সাঁচতীয়া ধন ক’ভিড টাস্ক ফ’ৰ্চক দান দিলে শিশুৱে

নিউজ ডেস্ক। দেশৰ অধিকাংশ ৰাজ্যতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ক’ভিড-১৯ ভাইৰাছৰ দ্বিতীয়টাে ঢৌৱে। পৰিস্থিতি এনে পৰ্যায় পাইছে যে কােনাে কােনাে ৰাজ্যই পৰিস্থিতিৰ মােকাবিলা কৰিবলৈ বিচাৰিছে ৰাইজৰ দান-বৰঙনি। চৰকাৰৰ এনে আহ্বানৰ পাছতে আগবাঢ়ি গৈছে বহু সচেতন ব্যক্তি তথা দল-সংগঠনাে। ইয়াৰ মাজতে এটি কণমানি শিশুৱেও চৰকাৰলৈ প্ৰদান কৰিছে আৰ্থিক সহায়। ইয়াৰ বাবে সামাজিক মাধ্যমত প্ৰশংসিত হৈ পৰিছে … Read more

ভীষণ বনজুইয়ে দহিছে মিজোৰামৰ বহু গাঁও-চহৰ! জুই নিৰ্বাপনত নামিল বায়ুসেনা

নিউজ ডেস্ক। যেন ভূতৰ ওপৰত দানহ পৰাৰ দৰে অৱস্থা হৈছে মিজােৰামৰ। ৰাজ্যখনৰ জনসাধাৰণে ক’ভিড-১৯ সংক্ৰমণৰ সৈতে যুঁজ দি থকাৰ সময়তে এইবাৰ বিধ্বংসী বনজুইৰ কবলত অসম প্ৰতিবেশী ৰাজ্যখন। মিজোৰামৰ লুংলেইত সূত্ৰপাত হোৱা বনজুইয়ে বৰ্তমান ছানি ধৰিছে গাঁওসহ কেইবাখনো চহৰ। যোৱা ৪৮ ঘণ্টাত এই বনজুই দক্ষিণ মিজোৰামৰ লুংলেই আৰু লওংতিলাই জিলাৰ কেইবাখনো চহৰলৈ বিয়পি পৰিছে। কৰ্তৃপক্ষই জনোৱা … Read more