আচৰিত! ‘তিনিটা চকু’ থকা পোৱালী জন্ম দিলে এজনী গাই গৰুৱে…

এক আচৰিত ঘটনা, তিনিটা চকু থকা এটা পোৱালী জন্ম দিলে এজনী গাই গৰুৱে।

আজৱ খবৰ পোহৰলৈ আহিছে চট্টীশগড়ৰ পৰা।

জানিব পৰা মতে এটা গাই গৰুয়ে ৩টা চকু থকা এটি পোৱালী জন্ম দিয়ে।

photo-2022-01-17-13-23-36

গৰু পোৱালীৰ টোৰ দুটা চকু থকাৰ লগতে কপালতো আছে এটা চকু।

চত্তীশগড়ৰ ৰাজনাদগাঁৱত সংঘটিত হৈছে এই ঘটনা।

১৪জানুৱাৰীৰ দিনা জন্ম হৈছিল এই গৰু পোৱালীটো।

এই গৰু পোৱালীটোক চাবলৈ উক্ত গাঁৱখনত এতিয়া বহু লোকৰ সমাগম হৈছে।

এই ব্যতিক্ৰমী গৰুৰ পোৱালীটো দেখি সকলোৱে আচৰিত হৈছে আৰু চ’ছিয়েল মিডিয়াত বহু চৰ্চা লাভ কৰিছে।

বহুতে গৰু পোৱালীটোক ভগৱানৰ অন্য এক ৰূপ বুলিও গণ্য কৰিছে।

একাংশই গৰুৰ পোৱালীটোক পূজা অৰ্চনাও আগবঢ়াইছে।

শেহতীয়াকৈ পশু চিকিতসকেও পোৱালীটোক পৰীক্ষা কৰিছে আৰু সদৰি কৰিছে যে গৰু পোৱালীটোৰ স্বাস্থ্যগত দিশৰ পৰা বিশেষ কোনো অসুবিধা নাই।

লগতে চাওকঃ

হিমশীতল বৰফৰ বুকুত মাঘ বিহুৰ বতৰত এপাক নাচিলে BSF জোৱানে, ভাইৰেল ভিডিঅ’

G3

Leave a Comment