কৰ্তব্যৰত অৱস্থাত আছাম ৰাইফলছৰ জোৱানৰ আকস্মিক মৃত্যু

কৰ্তব্যৰত অৱস্থাত আছাম ৰাইফলছৰ জোৱানৰ আকস্মিক মৃত্যু

November 17, 2022 Off By NEWS DESK

নিউজ ডেস্ক। কৰ্তব্যৰত অৱস্থাত আছাম ৰাইফলছৰ জোৱানৰ আকস্মিক মৃত্যু।

শ্বহীদ জােৱানজনৰ নাম জোৱানজনৰ নাম বিহাৰীলাল।

জােৱানজনৰ ঘৰ উত্তৰ প্ৰদেশৰ মেনপুৰীৰ তৰৌলী গাঁৱত।

মৃত জােৱানজনৰ ২০০৮ চনৰ পৰা আছাম ৰাইফলছত কৰ্মৰত আছিল।

জানিব পৰা মতে, অসমৰ কাছাৰ জিলাত কৰ্মৰত অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বিহাৰীলাল নামৰ আছাম ৰাইফলছৰ জােৱানজনৰ।

মৃত্যুৰ সময়ত জােৱানজনৰ বয়স ৫০ বছৰ।

বুধবাৰে জােৱানজনৰ মৃতদেহ স্বগৃহলৈ নিয়াৰ পিছত অসজ্ৰজনৰ উপস্থিতিত এক শোকাকুল পৰিৱেশত শ্বহীদ জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰা হয়।