
গণপ্ৰহাৰত মৃত্যু আদালতৰ চৌহদৰ পৰা পলায়ন কৰা কুখ্যাত অপৰাধী গেৰেজাইৰ…
August 18, 2022নিউজ ডেস্ক। এনকাউন্টাৰত নহয়, এইবাৰ গণ প্ৰহাৰত মৃত্যু ঘটিল এটা দুৰ্ধৰ্ষ অপৰাধীৰ।
এবাৰ হাস্পতাল আৰু আন এবাৰ আদালতৰ চৌহদৰ পৰা পলায়ন কৰা কুখ্যাত অপৰাধী গেৰেজাই ওৰফে ৰাজু বৰুৱা গণ প্ৰহাৰত মৃত্যু।

ঘিলাবাৰীৰ কিলাকিলি নৈৰ পাৰত আত্মগােপন কৰি থকা গেৰেজাইক মমূৰ্ষু অৱস্থাত বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হৈছিল।
ঢকুৱাখনা চিকিৎসালয়ত ভৰ্তি কৰােৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
গণ প্ৰহাৰৰ এই ঘটনাত জগুৰাম চিন্তে নামৰ এজন গৃহৰক্ষী জোৱান আহত হয়।
উল্লেখ্য যে ঢকুৱাখনা আদালতৰ পৰা ১৬ আগষ্টত পলায়ন কৰিছিল ৰাজু বৰুৱা ওৰফে গেৰেজাইয়ে।
লগতে চাওকঃ
