নিউজ ডেস্ক। পুনৰ ঘােচখােৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
এইবাৰ ১੦ হাজাৰ টকাৰ উৎকােচ লৈ হাতে-লােটে ভিজিলেঞ্চৰ হাতত ধৰা পৰিল খাদ্য সুৰক্ষা বিভাগৰ এগৰাকী পৰিদৰ্শক।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/04/photo_2022-04-29_20-41-27.jpg?resize=720%2C896&ssl=1)
ধৃত পৰিদৰ্শকগৰাকীৰ নাম বিৰিঞ্চি কুমাৰ কাৰ্জি। তেওঁ নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত কৰ্মৰত।
জানিব পৰা মতে, খাদ্য সুৰক্ষা অনুজ্ঞাপত্ৰ দিয়াৰ নামত ১ লাখ টকাৰ উৎকোচ বিচাৰিছিল এগৰাকী ব্যৱসায়ীৰ পৰা।
ইয়াৰে প্ৰথম কিস্তিত নগদ ১০ হাজাৰ ৫੦੦ টকা উৎকোচ হিচাপে লোৱাৰ সময়তে তেওঁক ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰে।
দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই বৰ্তমানে প্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।
লগতে চাওকঃ
ভয়ংকৰ! পাহাৰৰ পৰা খহি পৰা শিলাখণ্ডই খুন্দিয়ালে চলন্ত বাইক, কেমেৰাত বন্দী শিহৰণকাৰী ঘটনা…
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/04/G6-2.jpg?resize=889%2C458&ssl=1)