জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিত্তীয় কেলেংকাৰীঃ গাণনিক বিষয়া অজয় মহন্তক নিলম্বন

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিত্তীয় কেলেংকাৰীঃ গাণনিক বিষয়া অজয় মহন্তক নিলম্বন

August 7, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত নিলম্বন কৰা হ’ল গাণনিক বিষয়া অজয় মহন্তক।

শৌচালয় নিৰ্মাণৰ নামত সংঘটিত কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পিছতে অসম চৰকাৰে নিলম্বন কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গাণনিক বিষয়াজনক।

উল্লেখ্য যে, এই বিত্তীয় কেলেংকাৰীত পূৰ্বেও কেইবাজনো বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল।

পূৰ্বে কাৰ্যবাহী অভিযন্তা অৱতাৰ সিং, মুখ্য সহায়ক গোলাপ চৌধুৰী, কৃষানু তালুকদাৰ আৰু জলমিত্ৰ জিয়াউৰক এই বিত্তীয় কেলেংকাৰীৰ তদন্তৰ পিছত নিলম্বন কৰা হৈছিল।