থানালৈ ন্যায় বিচাৰি যোৱা যুৱতীক অশ্লীল প্ৰস্তাৱ SI ছাৰৰ! ৰিজাৰ্ভ ক্ল’জ

নিউজ ডেস্ক। আৰক্ষী থানালৈ ন্যায় বিচাৰি যোৱা যুৱতীক অশ্লীল প্ৰস্তাৱ আৰক্ষী বিষয়াৰ।

ঘটনা পোহৰলৈ অহাৰ পিছতে ৰিজাৰ্ভ ক্লজ জাগীৰোড আৰক্ষী থানাৰ উপ-পৰিদৰ্শক অমিতাভ শেনচোৱাক।

অভিযোগ অনুসৰি থানাত অভিযোগ দাখিল কৰিবলৈ অহা এগৰাকী যুৱতীক অশ্লীল প্ৰস্তাৱ দিছিল এছ আই অমিতাভ শেনচোৱাই।

যাৰ বাবে মৰিগাঁওৰ আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্লজ কৰে আৰক্ষী বিষয়াজনক।

ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।