দুৰ্ঘটনাত প্ৰাণ গ’ল আটাছুৰ জিলা সভাপতি জয়ন্ত সন্দিকৈৰ

দুৰ্ঘটনাত প্ৰাণ গ’ল আটাছুৰ জিলা সভাপতি জয়ন্ত সন্দিকৈৰ

November 20, 2022 Off By NEWS DESK

নিউজ ডেস্ক। শিৱসাগৰৰ হাঁহচৰা নগা গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি জয়ন্ত সন্দিকৈ।

নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে মাৰুতি-৮੦੦ বাহন।

নিশা প্ৰায় ১১ মান বজাত সংঘটিত হয় এই ঘটনা।

জানিব পৰামতে, নিশা এটা অজ্ঞাত ফোনকল অহাৰ পিছতে নিজৰ বাহনখন লৈ ওলাই গৈছিল ছাত্ৰ নেতাজনে।

ছাত্ৰ নেতাজনৰ বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ।

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আটাছু নেতাজনৰ এনে আকস্মিক বিয়ােগত গভীৰ শােক প্ৰকাশ কৰিছে।

লগতে চাওকঃ

শােকাৱহ! পথৰ ওপৰতে ৰখাই থােৱা ট্ৰাকত ছুইফ্টৰ প্ৰচণ্ড খুন্দা, প্ৰাণ গ’ল ৩ যুৱ পৰিৱেশ কৰ্মীৰ