নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত প্ৰথমটাে স্বৰ্ণ পদক জয় ভাৰতৰ।
জেভেলিন থ্ৰ’ত দুৰ্দান্ত প্ৰদৰ্শনেৰে শীৰ্ষস্থান দখল নিৰজ চােপ্ৰাৰ।
প্ৰথম ৰাউণ্ডত ৮৭.৫৮ মিটাৰ থ্ৰ’ কৰি শীৰ্ষস্থান দখল কৰে নিৰজ চােপ্ৰাই।
উল্লেখ্য যে নিৰজ চােপ্ৰাৰ পৰা টকিঅ’ত দেশৰ প্ৰথমটাে স্বৰ্ণ পদকৰ আশা কৰা হৈছিল আৰু চােপ্ৰাই সেই আশা পূৰণ কৰিবলৈ সক্ষম হয়। নিৰজৰ এই সাফল্যৰ পাছতে তেওঁৰ ওপজা ঠাই হাৰয়ানাৰ পানীপতত আনন্দৰ বন্যা বৈছে।
#WATCH live from javelin thrower Neeraj Chopra’s residence in Panipat, Haryana
— ANI (@ANI) August 7, 2021
Chopra wins gold at #TokyoOlympics https://t.co/0kj0q2Pruu
দেশৰ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ লগতে বিভিন্নজনে চােপ্ৰালৈ এই সাফল্যৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।
HISTORY. MADE.
— Olympics (@Olympics) August 7, 2021
Neeraj Chopra of #IND takes #gold in the #Athletics men’s javelin final on his Olympic debut!
He is the first Indian to win an athletics medal and only the second to win an individual medal!@WorldAthletics | #StrongerTogether | #Tokyo2020 | @WeAreTeamIndia pic.twitter.com/zBtzHNqPBE