দেশবাসীক গৌৰৱান্বিত কৰি টকিঅ’ত প্ৰথমটাে স্বৰ্ণ পদক জয় নিৰজ চোপ্ৰাৰ

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত প্ৰথমটাে স্বৰ্ণ পদক জয় ভাৰতৰ।

জেভেলিন থ্ৰ’ত দুৰ্দান্ত প্ৰদৰ্শনেৰে শীৰ্ষস্থান দখল নিৰজ চােপ্ৰাৰ।

প্ৰথম ৰাউণ্ডত ৮৭.৫৮ মিটাৰ থ্ৰ’ কৰি শীৰ্ষস্থান দখল কৰে নিৰজ চােপ্ৰাই।

উল্লেখ্য যে নিৰজ চােপ্ৰাৰ পৰা টকিঅ’ত দেশৰ প্ৰথমটাে স্বৰ্ণ পদকৰ আশা কৰা হৈছিল আৰু চােপ্ৰাই সেই আশা পূৰণ কৰিবলৈ সক্ষম হয়। নিৰজৰ এই সাফল্যৰ পাছতে তেওঁৰ ওপজা ঠাই হাৰয়ানাৰ পানীপতত আনন্দৰ বন্যা বৈছে।

দেশৰ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ লগতে বিভিন্নজনে চােপ্ৰালৈ এই সাফল্যৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।

Leave a Comment