পুনৰ ঘােচকাণ্ড! এইবাৰ একেলগে ধৰা পৰিল বন বিভাগৰ দুই কৰ্মচাৰী…

পুনৰ ঘােচকাণ্ড! এইবাৰ একেলগে ধৰা পৰিল বন বিভাগৰ দুই কৰ্মচাৰী…

September 9, 2022 Off By NEWS DESK

নিউজ ডেস্ক। পুনৰ ঘােচ লৈ হাতে–লোটে ধৰা পৰিল দুই চৰকাৰী কৰ্মচাৰী।

এইবাৰ ভিজিলেন্সৰ অভিযান চলিল কোকৰাঝাৰৰ গোসাঁইগাঁৱত।

বন বিভাগৰ ফৰেষ্টাৰ কামিনী নাৰ্জাৰী আৰু ফৰেষ্ট গাৰ্ড প্ৰবীণ ব্ৰহ্মক এজন লােকৰ পৰা গােচৰ মীমাংসাৰ বিনিময়ত নগদ ধন উৎকােচ হিচাপে লৈ থকা অৱস্থাত ধৰে দুৰ্নীতি নিবাৰক শাখাই।

দুয়ােজনক সম্প্ৰতি কাৰ্যালয়তে জেৰা চলাইছে ভিজিলেন্সৰ অভিযানকাৰী দলে।