প্ৰবল শিলাবৃষ্টি! শুভ্ৰ আচ্ছাদনত মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলং

প্ৰবল শিলাবৃষ্টি! শুভ্ৰ আচ্ছাদনত মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলং

January 19, 2022 0 By NEWS DESK

নিউজ ডেস্ক। পুনৰ প্ৰবল শিলাবৃষ্টিৰ কবলত পৰিছে অসমৰ প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলং।

FJd-LHEHa-MAc-Mwr-V

বুধবাৰে দিনৰ ভাগত হােৱা প্ৰবল বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত চহৰখনৰ অধিকাংশতে বগা ৰঙৰ আৱৰণ ঢাকি পেলােৱা পৰিলক্ষিত হয়।

FJd-GI4iak-AYk0wi

চহৰখনৰ বাসিন্দাসকলে সামামিক মাধ্যমতাে এনে দৃশ্যৰ ভিডিঅ’ আৰু ফটাে শ্বেয়াৰ কৰে।

প্ৰবল শিলাবৃষ্টিৰ ফলত চহৰখনৰ তাপমাত্ৰাও অৱনমিত হয়।

এই আবতৰীয়া শিলাবৃষ্টিৰ ফলত চহৰখনৰ সাধাৰণ জনজীৱন ব্যাহত হৈ পৰে।

ঠায়ে-ঠায়ে সৃষ্টি হয় তীব্ৰ যান-জঁট।

FJd-Jh-Afa-QAAvu-Iz

ইপিনে, বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি, চলিত সপ্তাহত অসম, মেঘালয়কে ধৰি উত্তৰ পূবৰ অধিকাংশ অঞ্চলতে বৃষ্টিপাটৰ সম্ভাৱনা আছে।

FJd-LE8-Pa-IAQIlth

লগতে অৰুণাচল প্ৰদেশৰ সুউচ্চ অঞ্চলসমূহত হিমপাতৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

লগতে চাওকঃ

প্ৰেমিকক লগ ধৰিবলৈ কাঁইটীয়া তাঁৰৰ বেৰ পাৰ হৈ ভাৰতত প্ৰৱেশ বাংলাদেশী যুৱতীৰ, গ্ৰেপ্তাৰ

G3

প্ৰচণ্ড তুষাৰপাত-হিমস্খলনত আবদ্ধ ৩০ জন পৰ্যটকৰ প্ৰাণৰক্ষা ভাৰতীয় সেনাৰ

G1