পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে এজন ব্যক্তিৰ ধৰ্মযুদ্ধ!

পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে এজন ব্যক্তিৰ ধৰ্মযুদ্ধ!

November 23, 2021 0 By NEWS DESK

নিউজ ডেস্ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে আৰম্ভ কৰিছিল স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী। কিন্তু তাৰ পূৰ্বেই এজন ব্যক্তি আছিল, যিয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা কি বুজি পাইছিল।

তেওঁ বুজি পাইছিল যে এইটো এক স্বৰ্গীয় কাম। সেই কাৰ্যৰ দ্বাৰা তেওঁ মানুহক জনালে যে তেওঁৰ চাৰিওফাল পৰিষ্কাৰ কৰি ৰখাটো তেওঁৰ এক নৈতিক কৰ্তব্য।

257886751-438427047885556-7457080998037429640-n

আৰু সেই বিশেষ লোকজন হৈছে আইজলৰ ৮৬ বছৰীয়া বৈদ্যুতিক ভেঙৰ পু চি লিয়ানজামা।

তেওঁ ঝাড়ু আৰু ডাষ্টপেন তৈয়াৰ কৰে আৰু সেইবোৰ যিকোনো লোকক বিনামূলীয়াকৈ যোগান ধৰে।

যোৱা কেইবাবছৰ ধৰি তেওঁ পথত বহি যিকোনো পথচাৰীক তেওঁৰ ঝাড়ু আৰু ডাষ্টপেন আগবঢ়াই আহিছে।

তেওঁ ওচৰত ৰখা প্লেকাৰ্ডখনত লিখা থাকে, “পৰিষ্কাৰ-পৰিচ্ছন্নতা ঐশ্বৰিক, ঝাড়ু হৈছে এক সহজ সঁজুলি। যি আমাৰ এলেকা পৰিষ্কাৰ ৰাখে। অনুগ্ৰহ কৰি আপোনাক প্ৰয়োজন হ’লে সেইবোৰ লওক”।

তেওঁ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে অব্যাহত ৰাখিছে ধৰ্মযুদ্ধ আৰু তেওঁ তেওঁৰ ধৰ্মযুদ্ধত অটল। আৰু তেওঁ এই কামৰ বাবে কোনোদিনে বিচৰা নাই কোনো প্ৰচাৰ।

লগতে চাওকঃ

পত্নীৰ প্ৰতি থকা প্ৰেমৰ বাবেই শিক্ষকে পত্নীক উপহাৰ দিলে ‘তাজমহল’!