ভাগ্যৰ খেল! হাউলী ৰাস মহোৎসৱৰ লটাৰী খেলত প্ৰথম পুুৰস্কাৰ AUDI A4 লাভ আৰক্ষী কনিষ্টবল জনাৰ্দন বড়োৰ…

ভাগ্যৰ খেল! হাউলী ৰাস মহোৎসৱৰ লটাৰী খেলত প্ৰথম পুুৰস্কাৰ AUDI A4 লাভ আৰক্ষী কনিষ্টবল জনাৰ্দন বড়োৰ…

November 22, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ এইবাৰ অনুষ্ঠিত হোৱা নামনি অসমৰ অন্যতম ৰাস মহোৎসৱ হাউলীৰ ৯৫ সংখ্যক ৰাস মহোৎসৱতে ভাগ্য উদয় হ’ল উত্তৰ গুৱাহাটীৰ নিৱাসী এগৰাকী আৰক্ষী কনিষ্টবলৰ।

ৰাস মহোৎসৱৰ লটাৰী খেলত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে জনাৰ্দন বড়ো নামৰ কনিষ্টবল গৰাকীয়ে।

লটাৰী খেলখনৰ প্ৰথম পুৰস্কাৰ হিচাপে এখন AUDI A4 বিলাসী বাহন লাভ কৰে জনাৰ্দনে।

জনাৰ্দন বড়োৱে লাভ কৰা বিলাসী বাহনখনৰ বজাৰ মূল্য হৈছে প্ৰায় ৪৫ লাখ টকা।

উল্লেখ্য যে, এই লটাৰী খেলখনৰ প্ৰতিটো টিকটৰ মূল্য আছিল এশ টকা।