ভাল খবৰ! অসম আৰক্ষীৰ ৪ বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদক

ভাল খবৰ! অসম আৰক্ষীৰ ৪ বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদক

August 12, 2022 Off By NEWS DESK

নিউজ ডেস্ক। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ সুখবৰ।

৪ গৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদক।

অনুসন্ধানত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই পদক।

হােজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থলৈ এই পদক।

হােজাইৰ এছপি বৰুণ পুৰকায়স্থ

SDPO মৃন্ময় দাস, DSP ৰ’জী তালুকদাৰলৈও এই পদক।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নাৰায়ণ শইকীয়ালৈও গৃহমন্ত্ৰীৰ পদক প্ৰদানৰ ঘােষণা কৰা হৈছে।

ডিএছপি ৰ’জী তালুকদাৰ

উল্লেখ্য যে স্বাধীনতা দিৱস উপলক্ষে দেশৰ বিভিন্ন ৰাজ্যৰ ১৫১ গৰাকী আৰক্ষী বিষয়ালৈ গৃহমন্ত্ৰীৰ পদক প্ৰদানৰ ঘােষণা কৰা হৈছে।