
ভাল খবৰ! লোক-কৃষ্টিৰ সাধক একলব্য গামলৈ আছুৰ ২০২২ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা ঘোষণা…
December 22, 2022নিউজ ডেস্কঃ লোক কৃষ্টিৰ সাধক একলব্য গামলৈ ২০২২ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা।
বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰিছে এই বঁটা।
উল্লেখ্য যে, লোকশিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৰণত আছুৱে প্ৰতি বছৰে প্ৰদান কৰি আহিছে এই বঁটা।
এইবাৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা ঘোষণা কৰা হৈছে লোক-কৃষ্টিৰ সাধক একলব্য গামলৈ।
২৭ ডিচেম্বৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু তিথিত গুৱাহাটীত এই বঁটা প্ৰদান কৰা হ’ব বিশিষ্ট শিল্পীগৰাকীক।