
মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই…
May 10, 2021ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই।
১২.০৫ বজাত শপত গ্ৰহন কৰে কৰে শৰ্মাই।
তেওঁৰ লগতে ১৩ সতীৰ্থ মন্ত্ৰীয়ে লয় শপত।

ৰাজ্যপাল অধ্যপক জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰায়।
হিমন্ত বিশ্ব শৰ্মাৰ পিছতে শপত গ্ৰহন কৰে ৰঞ্জিত কুমাৰ দাসে।
কেবিনেট মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে দাসে।
পাটাছাৰকুছিৰ পৰা নিৰ্বাচিত হৈ আহিছিল ৰঞ্জিত দাস।
শৰ্মাৰ মন্ত্ৰী সভাত দ্বিতীয় স্থানত মন্ত্ৰী ৰূপে শপত গ্ৰহণ দাসৰ।