মৰ্মান্তিক! ৰে’লৰ চেপাত মৃত্যু কৌতূক অভিনেতা হৰেশ্বৰ ডেকাৰ

মৰ্মান্তিক! ৰে’লৰ চেপাত মৃত্যু কৌতূক অভিনেতা হৰেশ্বৰ ডেকাৰ

August 10, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

ৰে’লৰ খুন্দাত অকাল মৃত্যু কৌতুক অভিনেতা হৰেশ্বৰ ডেকাৰ।

বুধবাৰে মহানগৰীৰ নুনমাটি কেবিন চকত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, কলংপাৰ এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হৰেশ্বৰ ডেকাৰ।

তেওঁৰ ঘৰ হৰেশ্বৰ ডেকাৰ ঘৰ মঠঘৰীযাৰ বড়ো চকত।

একাংশ লােকে সন্দেহ কৰা অনুসৰি, আৰ্থিক দৈন্যৰ বাবে হৰেশ্বৰ ডেকাই চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হয়।

ইপিনে, ঘটনা স্থলীত ৰে’ল আৰক্ষী আৰু নুনমাটি আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ কৰে।

লগতে চাওকঃ

মৰ্মান্তিক! নৈত ডুব যােৱা ৯ বছৰীয়া শিখামণিৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ কৰুণ মৃত্যু মেনকাৰ