বকোত কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসৰ বৃহৎ জয়লাভ…

অৱশেষত বকো সমষ্টিত শেষ হাঁহি মাৰিলে কংগ্ৰেছে।

কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসৰ বৃহৎ জয়লাভ।

৫৩৪২০ টা ভোটত জয়লাভ কৰে কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসে।

নন্দিতা দাসে মুঠ ভোট লাভ কৰে ১২০৪২০টা ভোট।

আনহাতে সমষ্টিটোৰ অগপৰ প্ৰাৰ্থী জ্যোতি প্ৰসাদ দাসে লাভ কৰে ৬৭০০০ টা ভোট।

ইয়াৰ বিপৰীতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গোপীনাথ দাসে লাভ কৰে ১২০৬২টা ভোট।

নিজৰ এই জয়ৰ বাবে সমষ্টিবাসী ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে নন্দিতা দাসে।

ফেচবুকত এটা ভিডিঅ’ বাৰ্তাত নন্দিতা দাসে কয় ”পুনৰ এবাৰ মোক সুযোগ দিয়াৰ বাবে বকোবাসী ৰাইজক ধন্যবাদ জনালোঁ।”

লগতে চাওকঃ

লুৰীণজ্যােতিৰ সমষ্টিবাসীলৈ কৃতজ্ঞতা, নিৰ্বাচিত বিধায়কলৈ শুভেচ্ছা

Leave a Comment