শােকাৱহ! উদ্যােগৰ মেচিনত সোমাই কৰুণ মৃত্যু যুৱকৰ

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা।

ইটাৰ ব্ল’ক প্ৰস্তুত কৰা উদ্যােগত কৰ্মৰত যুৱকৰ দুৰ্ঘটনাত মৃত্যু।

কৰ্তব্যৰত অৱস্থাতে মেচিনত সােমাই মৃত্যু ঘটে অশােক বৰশইকীয়া নামৰ যুৱকজনৰ।

ডিমা হাছাও জিলাৰ দৈয়াংমুখ স্থিত উদ্যােগত সংঘটিত হয় এই দুৰ্ঘটনা।

অশোক বৰশইকীয়াৰ ঘৰ তিনিচুকীয়াৰ ফিল’বাৰীত।

অশোক বৰশইকীয়াক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

উল্লেখ্য যে অশােক বৰশইকীয়া তিনিচুকীয়া জিলাৰ ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা আছিল।

ঘটনাস্থলীত উপস্থিত হৈ দৈয়াংমুখ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।