ঘৰে ঘৰে ভিক্ষা খুজি খোৱা ল’ৰাজন আজি ৫০০ কোটি টকাৰ কোম্পানীৰ মালিক…

নিউজ ডেস্ক। কাৰ ভাগ্য কেতিয়া উদয় হয়, সেইয়া কোনেও ক’ব নোৱাৰে। অৱশ্যে তাৰ বাবে কৰিব লাগিব অপৰিসীম শ্ৰম আৰু সাধনা। অত্যন্ত কষ্টৰ বাবে ভিক্ষাৰীয়ো এদিন হৈ যাব পৰে কোটিপতি। সেই কথাই সত্য প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল এজন যুৱকে। ভিক্ষা খুজি খোৱাৰ ল’ৰাজন আজি বহু কোটি টকাৰ গৰাকী। তেওঁৰ নাম ৰেণুকা আৰাধ্য। বেংগালুৰুৰ নিকতৱৰ্তী গুপচাণ্ড গাৱঁৰ … Read more

লুৰীণজ্যােতিৰ সমষ্টিবাসীলৈ কৃতজ্ঞতা, নিৰ্বাচিত বিধায়কলৈ শুভেচ্ছা

নিউজ ডেস্ক। অসম বিধানসভাৰ নিৰ্বাচনত প্ৰথম প্ৰয়াসত শােচনীয়ভাৱে পৰাজিত হ’ল অসম জাতীয় পৰিষদৰ সকলাে প্ৰাৰ্থী। আনকি দলৰ সভাপতি লুৰীণজ্যােতি গগৈয়ে প্ৰতিদ্বন্দ্বীতা কৰা দুয়ােটা সমষ্টিতে পৰাজয়বৰণ কৰিলে। দলৰ এনে বিপৰ্যয়ৰ মাজতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লুৰীণজ্যােতি গগৈয়ে। সাংবাদিকৰ সৈতে হােৱা বাৰ্তালাপত লুৰীণজ্যােতি গগৈয়ে কয় যে জনতাৰ ৰায়ক আমি শ্ৰদ্ধাৰে গ্ৰহণ কৰিছােঁ। লগতে ৰাজ্যৰ সকলাে নৱ নিৰ্বাচিত … Read more