নৈশবাছৰ যাত্ৰীৰ ৰূপত গৰু! আৰক্ষীৰ অভিযানত জব্দ ৩৪ টা চােৰাং গৰু

নিউজ ডেস্ক। গৰুৰ চােৰাং বেহাৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰতৰ অভিযানৰ মাজতে গৰু সৰবৰাহৰ ন ন কৌশল অৱলম্বন গৰু সৰবৰাহকাৰীৰ। এইবাৰ নৈশ বাছত উঠাই চােৰাং গৰু সৰবৰাহৰ চেষ্টা চােৰাং বেপাৰীৰ। নগাঁও জিলাৰ কলিয়াবৰৰ মিছাত আৰক্ষীৰ অভিযানত জব্দ চােৰাং গৰু ভৰ্তি নৈশ বাছ। জানিব পৰা মতে, নিয়মীয়া তালাচীত সময়তে এ এছ ০১ ডিচি ৪৪৪২ নম্বৰৰ ‘ৰাঘৱ’ নামৰ … Read more

আৰক্ষীৰ দীৰ্ঘ সময় জেৰা, অৱশেষত জামিনত মুক্তি লাভ কাছাৰ কলেজৰ অধ্যক্ষ ডঃ সিদ্ধাৰ্থ শংকৰ নাথৰ

নিউজ ডেস্ক। অসম চৰকাৰে চতুৰ্থ বৰ্গৰ ১৩,৩੦੦ টা পদ পূৰণৰ বাবে দেওবাৰে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিৰ্ধাৰিত প্ৰ’টকল ভংগ কৰি চৰম গাফলতিৰ পৰিচয় দিয়া শিলচৰৰ কাছাৰ কলেজৰ অধ্যক্ষ ডঃ সিদ্ধাৰ্থ শংকৰ নাথ ৰােষত পৰিছিল জিলা প্ৰশাসনৰ। চৰকাৰী চাকৰিৰ এই বৃহৎ পৰীক্ষা আয়ােজনৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা চৰম গাফিলতিৰ অভিযােগতে গ্ৰেপ্তাৰ হ’বলগা হ’ল পৰীক্ষা … Read more

যাত্ৰীবাহী বলেৰ’ বাহনত জব্দ ৪ টা চােৰাং গৰু!

নিউজ ডেস্ক। বাংলাদেশলৈ চােৰাং গৰু সৰবৰাহৰ বাবে নতুন নতুন কৌশল অৱলম্বন কৰিছে একাংশ সৰবৰাহকাৰীয়ে। এইবাৰ যাত্ৰীবাহী বলেৰ’ বাহনত জব্দ হ’ল ৪ টাকৈ চােৰাং গৰু। ধুবুৰী জিলাৰ গোলকগঞ্জৰ আগমনিত আৰক্ষীৰ অভিযানত জব্দ কৰা হয় AS-19B-8892 নম্বৰৰ বলেৰ’ গাড়ীখন। এই গাড়ীখনত পাছফালে আবদ্ধ কৰি ৰখা চাৰিটা গৰু জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে বাহনখনক খেদি খেদি ৰামৰাইকুঠীত জব্দ কৰিবলৈ … Read more

সোণাপুৰৰ ট্ৰেজাৰ হুইলছলৈ সহায়ৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱাল

নিউজ ডেস্ক। গুৱাহাটী মহানগৰীৰ উপকণ্ঠৰ সোণাপুৰ মেধিকুছিস্থিত ট্ৰেজাৰ হুইলছত উপস্থিত হৈ তাত থকা বিভিন্ন সা-সামগ্ৰী পৰিদৰ্শন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱালে। জানিব পৰা মতে, পিকলু ডেকা নামৰ লোকজনৰ সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত গড় লৈ উঠা এই বিশেষ ঠাইত দ্বিতীয় বিশ্ব যুদ্ধত ব্যৱহাৰ-সামগ্ৰী, পুৰণি গাড়ীৰ লগতে বিভিন্ন আপুৰুগীয়া সম্পদ সংৰক্ষণ কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ এইটাে একমাত্ৰ সংগ্ৰাহলয়টো য’ত … Read more

ৰাজ্যপালৰ বাসগৃহলৈ হেণ্ড গ্ৰেনেড নিক্ষেপ দুষ্কৃতিকাৰীৰ!

নিউজ ডেস্ক। মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লাৰ চৰকাৰী বাসভৱনলৈ লক্ষ্য কৰি কোনো অজ্ঞাত দুষ্কৃতিকাৰীয়ে হেণ্ড গ্ৰেনেড নিক্ষেপ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। প্ৰাপ্ত খবৰ অনুসৰি, মংগলবাৰে বিয়লি নিৰাপত্তাৰক্ষীৰ বেহু ভেদ কৰি মণিপুৰৰ ৰাজধানী ইম্ফল স্থিত ৰাজভৱনৰ প্ৰৱেশ দ্বাৰৰ ভিতৰলৈ হেণ্ড গ্ৰেনেডটো দলিয়াই থৈ উধাও হয় দুষ্কৃতিকাৰী। অৱশ্যে সৌভাগ্যক্ৰমে বোমাটো বিস্ফোৰণ হোৱাৰ পূৰ্বে ৰাজভৱনৰ নিৰাপত্তাৰ দায়িত্বত … Read more